Logon Ukoli Gol Lyrics | লগন উকলি গ’ল | Bishnu Prasad Rabha

Song: Logon Ukoli Gol (লগন উকলি গ’ল) Singer: Bishnu Prasad Rabha Logon Ukoli Gol Lyrics Logon Ukoli Gol Lyrics:— লগন উকলি গ’ল তেওঁ যে নহ’ল কোৱা লগন উকলি গ’ল তেওঁ যে নহ’ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগন উকলি গ’ল তেওঁ যে নহ’ল কোৱা কিমান হেঙুলি উশা কিমান জোনালি নিশা মিছাতেই গ’ল মোৰ কিমান গধুলি পুৱা তেওঁ যে নহ’ল কোৱা লগন উকলি গ’ল তেওঁ যে নহ’ল কোৱা লগন উকলি গ’ল তেওঁ যে নহ’ল কোৱা মলয়াই কাণে কাণে মনৰ বাতৰি আনে মলয়াই কাণে কাণে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জোৰে শুনিছানে সেই সুৰ প্ৰাণ উতলা মোৰ হৃদয়ৰ গোৱা গান ভালপোৱা ভালপোৱা তেওঁ যে নহ’ল কোৱা লগন উকলি গ’ল তেওঁ যে নহ’ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগন উকলি গ’ল তেওঁ যে নহ’ল কোৱা

Porojonomor Xubho Logonot Lyrics | পৰজনমৰ শুভ লগনত | Bishnu Prasad Rabha

Song: Porojonomor Xubho Logonot (পৰজনমৰ শুভ লগনত) Singer: Bishnu Prasad Rabha Porojonomor Xubho Logonot Lyrics :— পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পূৰাবানে প্ৰিয়ে এই জনমত মোৰ হিয়াৰ অপূৰ্ণ আশা, পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পূৰাবানে প্ৰিয়ে এই জনমত মোৰ হিয়াৰ অপূৰ্ণ আশা, পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পূৰাবানে প্ৰিয়ে … Read more

Bilote Halise Lyrics | বিলতে হালিছে | Bishnu Prasad Rabha

Song: Bilote Halise (বিলতে হালিছে) Singer: Bishnu Prasad Rabha Bilote Halise Lyrics:—– বিলতে হালিছে ধুনীয়া পদুমী ফুলনীত ফুলিছে ফুল, বিলতে হালিছে ধুনীয়া পদুমী ফুলনীত ফুলিছে ফুল, সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে বোল, সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে বোল, বিলতে হালিছে ধুনীয়া পদুমী ফুলনীত ফুলিছে ফুল….. গছৰে ডালতে গাইছে কুলিয়ে কুউ.. কুউ.. কৈ.. গছৰে … Read more

Joya Nai Joya Nai Lyrics | জয়া নাই জয়া নাই | Bishnu Prasad Rabha

Song: Joya Nai  Joya Nai (জয়া নাই জয়া নাই) Singer: Bishnu Prasad Rabha Joya Nai Joya Nai Lyrics:— জয়া নাই জয়া নাই অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই, জয়া নাই জয়া নাই জয়া নাই জয়া নাই…. জয়সাগৰত বুকুৰ মাজত উঠে চকুলোৰে ঢল, মলয়াই তোলে হিয়াভগা সুৰ, কৰুণ বিননী ৰোল জয়া নাই জয়া নাই অসমী … Read more