Kune Kole Tuk Lyrics By Jyoti Prasad Agarwala

Song: Kune Kole Tuk (কোনে ক’লে তোক) Singer: Jyoti Prasad Agarwala Kune Kole Tuk Lyrics  Kune Kole Tuk Lyrics:— কোনে ক’লে তোক শকতিবিহীনা বুলি আই তোৰ পুত্ৰ শকতিবন্ত ৷ আই অ’ মোৰ চেনেহী সাদৰী আই অ’ অ’ মোৰ আই অ’ শকতিৰূপিনী তই ভাৰতী আই মোৰ ভাৰতী আই অ’ অগ্নীমন্ত্ৰেৰে মই আবাধি শকতিদেৱী ভেদি আই অজেয় ৰঙা জবা … Read more

Kune Geet Gali Lyrics By Jyoti Prasad Agarwala

Song: Kune Geet Gali (কোনে গীত গালি) Singer: Jyoti Prasad Agarwala Kune Geet Gali Lyrics Kune Geet Gali Lyrics:— কোনে গীত গালি লুইতৰ শিলনিত বিননিত পানী উজাই কোনে হেৰুৱালি বুকুৰ সোণৰ মণি বিচাৰি পাবলৈ নাই ৷ কোনে চুমা খালি সপোনৰ কোঁৱৰক দিঠকত কান্দ বিনাই নোপোৱাক পাবলৈ কোনে বাটে চাৱ মোৰ গানৰে সুৰৰে সখী পতাই?

Kune Dukhiyar Vatmuthi Karhi Lyrics By Jyoti Prasad Agarwala

Song: Kune Dukhiyar Vatmuthi Karhi (কোনে দুখীয়াৰ ভাতমুঠি কাঢ়ি) Singer: Jyoti Prasad Agarwala Kune Dukhiyar Vatmuthi Karhi Lyrics Kune Dukhiyar Vatmuthi Karhi Lyrics:—- কোনে দুখীয়াৰ ভাতমুঠি কাঢ়ি সোণৰ কাঁহীত খাৱ কোনে দুখিতৰ চকু-টোপালেৰে মুকুতাৰ মালা শিয়? ৰূপৰ বানবাটিটোত কোনে তেজ ভৰালি নিশকতীয়াৰ বুকু ফালি মানুহৰ তেজেৰে ফটিকা খালি তই আপুনি বলিয়া হলি ৷ তোৰ বলিয়া মনেৰে তয়ে … Read more

Kune Patibo Khujiso Lyrics By Jyoti Prasad Agarwala

Song: Kune Patibo Khujiso (কোনে পাতিব খুজিছ) Singer: Jyoti Prasad Agarwala Kune Patibo Khujiso Lyrics Kune Patibo Khujiso Lyrics:— কোনে পাতিব খুজিছ সোণৰ দেশ আই অসমীক পিন্ধব খুজিছ পোহৰ ধুনীয়া বেশ কোনে পাতিব খুজিছ সোণৰ দেশ ?       মোৰ ই দেশত, পথাৰত সোণ আপুনি আপুনি ফুলে সোণ পুৱতিৰ সোণহাঁহিয়ে মোৰ চোতালত খেলে সন্ধিয়া লুইতৰ বুকু … Read more

Kune Prane Nuhuwake Lyrics By Jyoti Prasad Agarwala

Song: Kune Prane Nuhuwake (কোনে প্ৰাণ নোহোৱাক) Singer: Jyoti Prasad Agarwala Kune Prane Nuhuwake Lyrics Kune Prane Nuhuwake Lyrics:— কোনে প্ৰাণ নোহোৱাক প্ৰাণ দিলি কোনে গান নোগোৱাক গান দিলি, তেল শলিতা নথকাটোৰ চাকি জ্বলালি? কোনে ৰ’দালিৰে মোৰ কোঠালি কোনে সোণালীৰে মোৰ কোঠালি বোলালি অ’ বোলালি ৷ সেই গুণেহে মোৰ কোঠালিত সুৰে নাচে গানে নাচে ছন্দিতাই ন কাচোন … Read more

Gose Gose Pati Dile Lyrics By Jyoti Prasad Agarwala

Song: Gose Gose Pati Dile (গছে গছে পাতি দিলে) Singer: Jyoti Prasad Agarwala Gose Gose Pati Dile Lyrics Gose Gose Pati Dile Lyrics:— (কোনে) গছে গছে পাতি দিলে ফুলৰে শৰাই (ৰাম ৰাম ) কলিয়া ভোমোৰা গুঞ্জৰি আহে গোন্ধকে ধিয়াই (ৰাম ৰাম ) কোনে গোলাপী সখীক এনে হাঁহি দিলে ৰূপতে ৰাঙে চৰাই…. ওৰণি তলতে পৰিমল ৰেণু উৰুৱাই পৱনে … Read more

Gaon Khoni Mur Dhuniya Lyrics By Jyoti Prasad Agarwala

Song: Gaon Khoni Mur Dhuniya (গাঁওখনি মোৰ ধুনীয়া) Singer: Jyoti Prasad Agarwala Gaon Khoni Mur Dhuniya Lyrics Gaon Khoni Mur Dhuniya Lyrics:— গাঁওখনি মোৰ ধুনীয়া গাঁওখনি মোৰ গুণীয়া মৰমতে মৰোঁ সেউজী আঁচল ধৰো ৷ গাঁওখনিকেই ভাবি ভাবি কত সপোন ৰচোঁ… দুখ বেজাৰত গাঁওখনিৰেই মুখনি চাই চকুৰ পানী মচোঁ ৷ মোৰ গাঁওখনি অ’, মোৰ মাওজনী অ’ তৰাতকৈও জোনতকৈও … Read more

Gaonor Ghoror Lyrics By Jyoti Prasad Agarwala

Song: Gaonor Ghoror (গাঁৱৰ ঘৰৰ) Singer: Jyoti Prasad Agarwala Gaonor Ghoror Lyrics Gaonor Ghoror Lyrics:— গাঁৱৰ ঘৰৰ মোৰ চোতালত ৰূপৰ জোনাক পৰে ছঁয়াময়া সোণ সপোনৰ অময়া ৰূপ ধৰে ৷ সোণ সূৰুযৰ সোণৰ লিখাই গাঁৱৰ চোতালত সোণৰ সাধু আঁকে বাঁকে সোণ শইচৰ সোণালী কপালত সাধুত লিখিলে সৃষ্টিৰ মহামন্ত্ৰ সোণৰ হাঁহিৰে জনতা জাগিলে জাগিলে জনতন্ত্ৰ ৷৷

Gaonor Suwali Lyrics By Jyoti Prasad Agarwala

Song: Gaonor Suwali (গাঁৱৰ ছোৱালী) Singer: Jyoti Prasad Agarwala Gaonor Suwali Lyrics Gaonor Suwali Lyrics:—- গাঁৱৰ ছোৱালী ! গাঁৱৰ ছোৱালী ! শেৱালি তই নেৱালি তই নতুন গানৰ নতুন সুৰৰ নতুন তেজৰ সোঁত বোৱালি গাঁৱৰ ছোৱালী ৷ অশ্ৰু তোৰ দেশ জননীৰ চৰণ ধুৱালি সোণালী তই, ৰূপালী তই ন জীৱনৰ জোনালীৰে গাঁও নোৱালি গাঁৱৰ ছোৱালী !!

Gaonor Bahoni Dora Lyrics By Jyoti Prasad Agarwala

Song: Gaonor Bahoni Dora (গাঁৱৰ বাঁহনি ডৰা) Singer: Jyoti Prasad Agarwala Gaonor Bahoni Dora Lyrics Gaonor Bahoni Dora Lyrics:— গাঁৱৰ বাঁহনি ডৰাবনৰীয়া পখিলাৰে ভৰা ৷ চকৰী-ফেটীয়া ফেটতুলি তুলি নাচেযখিনী ছোৱালীছাঁতে লুকাই আছে ৷ আউসীৰ দিনাকেঁট-কেঁটকৈতাত কোনোবাই মাতেফুচ্‌-ফুচ্‌কৈ তাত কোনোবাইআন্ধাৰৰে কথা পাতে ৷৷