O Amar Gaon Lyrics By Jyoti Prasad Agarwala
Song: O Amar Gaon (অ’ আমাৰ গাঁও) Singer: Jyoti Prasad Agarwala O Amar Gaon Lyrics O Amar Gaon Lyrics:— অ’ আমাৰ গাঁও আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ ৷ অ’ আমাৰ গাঁও ৷ সেউজীয়া পথাৰৰে ভৰপূৰ তামোলৰে দূৰৈতে জিলিকি থকা অ’ আমাৰ গাঁও ৷৷ দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল’ৰা ডেকেৰীও নহয় পাছ পৰা অ’ … Read more