Xuoroni Kuwoliye Lyrics | সোঁৱৰণি কুঁৱলীয়ে | Jayanta Hazarika

Xuoroni Kuwoliye Lyrics সোঁৱৰণি কুঁৱলীয়ে by Jayanta Hazarika, visit AssameseLyrical.com for more Assamese lyrics

Song: Xuoroni Kuwoliye (সোঁৱৰণি কুঁৱলীয়ে)

Singer: Jayanta Hazarika



Xuoroni Kuwoliye Lyrics:---



সোঁৱৰণি কুঁৱলীয়ে সোঁৱৰণি কুঁৱলীয়ে চিএওৰি চিএওৰি কয়

অতীতৰ সীমাৰেখা নাই
সমুখতো দেখো আজি
সমুখতো দেখো আজি
পুৰণি বাগৰি পৰে নতুনে মাথো ৰিঙিয়ায়



সোঁৱৰণি কুঁৱলীয়ে সোঁৱৰণি কুঁৱলীয়ে চিএওৰি চিএওৰি কয়
অতীতৰ সীমাৰেখা নাই



সমুখতো দেখো আজি
সমুখতো দেখো আজি
পুৰণি বাগৰি পৰে নতুনে মাথো ৰিঙিয়ায়



জীৱনৰ বাটটিত এৰি অহা খোজবোৰ
জীৱনৰ বাটটিত এৰি অহা খোজবোৰ
নিতে মচে কোন ধুমুহাই
নিতে মচে কোন ধুমুহাই



মিছায়ে উভতি চাই
পাহৰা গীতকে গাই
মিছায়ে উভতি চাই
পাহৰা গীতকে গাই



দেহা মোৰ ভাগৰিহে যায়



কিবা যেন বিচাৰি হেৰুৱালো পৰিচয় পৰিচিতো আতৰিহে যায়
পৰিচিতো আতৰিহে যায়



আজিৰ সোতত বহি কালিৰ সপোন দেখি আশা মোৰ নিচে বাঢি যায়
আশা মোৰ নিচে বাঢি যায়



সোঁৱৰণি কুঁৱলীয়ে সোঁৱৰণি কুঁৱলীয়ে চিএওৰি চিএওৰি কয়
অতীতৰ সীমাৰেখা নাই
সমুখতো দেখো আজি পুৰণি বাগৰি পৰে নতুনে মাথো ৰিঙিয়ায়

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0