Monor Nijanot Junak Lyrics | Zubeen Garg

Song - Monor Nijanot

Singer/Music Composer- Zubeen Garg

Musical Treatment/Concept - Ajoy Phukan & Rex Boro

Mixed & Master - Palash Gogoi

Monor Nijanot Junak Lyrics
Monor Nijanot Junak Lyrics

Monor Nijanot Junak Lyrics:--

মনৰ নিজানত জোনাক
আছিলে,
তোমাৰ মৰমৰ সুবাস
সানিলৈ ।
হঠাতে শুকালে পোহৰৰ
ফুলনি ।
নীলিমাৰ মাজতো নাথাকা
যে তুমি,
নাহিবা বেদনা হৈ বুকু
ভৰাই ।

মনৰ নিজানত জোনাক
আছিলে,
তোমাৰ মৰমৰ সুবাস
সানিলৈ ।

হঠাতে শুকালে পোহৰৰ
ফুলনি ।
নীলিমাৰ মাজতো নাথাকা
যে তুমি,
নাহিবা বেদনা হৈ বুকু
ভৰাই ।

হৃদয়ে আৱেগক নোৱাৰে
সহিব
চকুলো বাগৰে নিৰৱে ।
কিমান সাৱটিম নোপোৱাৰ
সপোন
বুকুৰ উমেৰে সজোৱা ।
দুখৰ তৰাহৈ নাচাবা
চকুলৈ মোৰ উৰে নিশা ।
মনৰ নিজানত জোনাক
আছিলে,
তোমাৰ মৰমৰ সুবাস
সানিলৈ ।

জীৱন সুৰভী তোমাৰ মাজতে
আছিল অকলে নিৰৱে ।
সঁচা প্ৰেমৰো উশাহ
আছিলে
অকলশৰীয়া বুকুতে ।
মৰুভূৰ মায়াহৈ নাহিবা
বুকুলৈ মোৰ মিছাকৈয়ে ।

মনৰ নিজানত জোনাক
আছিলে,
তোমাৰ মৰমৰ সুবাস
সানিলৈ ।
হঠাতে শুকালে পোহৰৰ
ফুলনি ।
নীলিমাৰ মাজতো নাথাকা
যে তুমি,
নাহিবা বেদনা হৈ বুকু
ভৰাই ।

মনৰ নিজানত জোনাক
আছিলে,
তোমাৰ মৰমৰ সুবাস
সানিলৈ ।

Post a Comment

Previous Post Next Post

Contact Form