Xaliki Puwar Lyrics By Mahalakshmi Iyer, visit AssameseLyrical.com for more Assamese lyrics
Song: Xaliki Puwar
Singer: Mahalakshmi Iyer
Movie: Gaane Ki Aane
Xaliki Puwar Lyrics
শালিকী পুৱাৰ ৰদালি দেখিলে
তোমালৈয়ে মনত পৰে
বুকুৰ উশাহ হিম হৈ থাকে
কিজানি তোমাতে গলিব পাৰে
হিয়াৰ থাপনাত স্থাপিলো তোমাক
জনমে জনমে পূজিছো তোমাক
শালিকী পূৱাৰ ৰ’দালি দেখিলে
তোমালৈয়ে মোৰ মনতে পৰে
তোমালৈয়া মোৰ মনতে পৰে
AssameseLyrical.com
সন্ধিয়াৰ লুইতে জোকালে মোক
মেঘালী আকাশে জোকালে মোক
বলিয়া ফাগুনে জোকালে মোক
অসহায় শাওনে জোনাকে মোক
কতে তোমাকে লগ পাও
খুলি মনৰ কথা কও
কতে তোমাকে লগ পাও
চিকুতি চিকুতি চাও
অ অ…
মন ভৰি ৰই মাথো তোমাৰ বাবে ….
শালিকী পূৱাৰ ৰদালি দেখিলে
তোমালৈয়ে মোৰ মনতে পৰে
বুকুৰ উশাহ হিম হৈ থাকে
কিজানি তোমাতে গলিব পাৰে
তিমিৰ বৰন তোমাৰ চকুত
দেখিছিঁলো মোৰে চকু জুৰিত
আকিলো তোমাতে যত আশা
হেৰুৱালো মোৰে ওঠৰে ভাষা
যাযাবৰী দিন যায়
ৰাতিয়ো যে নোপোৱায়
মিথা মিথা কথা কৈ
হাততো যে নৰয়
অ অ…
সপোনে আগছে মনে মনে …
শালিকী পূৱাৰ ৰদালি দেখিলে
তোমালৈয়ে মোৰ মনতে পৰে
বুকুৰ উশাহ হিম হৈ থাকে
কিজানি তোমাতে গলিব পাৰে
হিয়াৰ থাপনাত স্থাপিলো তোমাক
জনমে জনমে পূজিছোঁ তোমাক
শালিকী পূৱাৰ ৰদালি দেখিলে
তোমালৈয়ে মোৰ মনত পৰে
তোমালৈয়ে মোৰ মনত পৰে
তোমালৈয়ে মোৰ মনত পৰে
COMMENTS