Monore Kobita Lyrics (মনৰে কবিতা)

Monore Kobita Lyrics By Zubeen Garg & Arundhati Bhanupriya, visit AssameseLyrical.com for more Assamese lyrics

Song: Monore Kobita

Singer: Zubeen Garg & Arundhati Bhanupriya

Monore Kobita Lyrics 


উন্মনা মনৰে কবিতা 

ঠিকনা বিছাৰি ফুৰিছা 

শুকুলা ডাৱৰক সুধানা

সমীৰে শয়্নতে সপোনতে 

আবেগৰ আকাসতে আশা আনে 

দুচকুৰ মৰমে বাগৰ সলালে

প্ৰনয়ৰ আবেশে আবিৰ সানিলে 



উন্মনা মনৰে কবিতা 

ঠিকনা বিছাৰি ফুৰিছা 


AssameseLyrical.com


ৰ’দে চুমা আহি মুখনিতে

পলাশ হৈ বাগৰে কলিজাতে 

অনুৰাগে উমলা অভিমানতে 

অনুভৱ বিয়্পে দুৰনিলে

সমীৰে শয়্নতে সপোনতে 

আবেগৰ আকাশতে আশা আনে 

দুচকুৰ মৰমে বাগৰ সলালে

প্ৰনয়ৰ আবেশে আবিৰ সানিলে 



উন্মনা মনৰে কবিতা 

ঠিকনা বিছাৰি ফুৰিছা 



তুমি চালেই মোৰ চকুলে 

অধৰে পৰান জুৰে 

ৰুনুক ঝুনুক নুপুৰে মাতে 

কুহুমৰ মাজে মাজে 

পাখি লগা মোৰ মনে 

অসিমলে উৰা মাৰে 

প্ৰেমৰ প্ৰথম পোহৰে 

সুবাস ঢালিলে 



সমীৰে শয়্নতে সপোনতে 

আবেগৰ আকাশতে আশা আনে 

দুচকুৰ মৰমে বাগৰ সলালে

প্ৰনয়ৰ আবেশে আবিৰ সানিলে 



উন্মনা মনৰে কবিতা 

ঠিকনা বিছাৰি ফুৰিছা 

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0