Monore Kobita Lyrics (মনৰে কবিতা) 💕💕💕

Song: Monore Kobita

Singer: Zubeen Garg & Arundhati Bhanupriya

Monore Kobita Lyrics 


💕💕💕উন্মনা মনৰে কবিতা 💕💕💕

💕💕💕ঠিকনা বিছাৰি ফুৰিছা 💕💕💕

💕💕💕শুকুলা ডাৱৰক সুধানা💕💕💕

💕💕💕সমীৰে শয়্নতে সপোনতে 💕💕💕

💕💕💕আবেগৰ আকাসতে আশা আনে 💕💕💕

💕💕💕দুচকুৰ মৰমে বাগৰ সলালে💕💕💕

💕💕💕প্ৰনয়ৰ আবেশে আবিৰ সানিলে 💕💕💕


💕💕💕উন্মনা মনৰে কবিতা 💕💕💕

💕💕💕ঠিকনা বিছাৰি ফুৰিছা 💕💕💕

AssameseLyrical.com


💕💕💕ৰ’দে চুমা আহি মুখনিতে💕💕💕

💕💕💕পলাশ হৈ বাগৰে কলিজাতে 💕💕💕

💕💕💕অনুৰাগে উমলা অভিমানতে 💕💕💕

💕💕💕অনুভৱ বিয়্পে দুৰনিলে💕💕💕

💕💕💕সমীৰে শয়্নতে সপোনতে 💕💕💕

💕💕💕আবেগৰ আকাশতে আশা আনে 💕💕💕

💕💕💕দুচকুৰ মৰমে বাগৰ সলালে💕💕💕

💕💕💕প্ৰনয়ৰ আবেশে আবিৰ সানিলে 


💕💕💕উন্মনা মনৰে কবিতা 💕💕💕

💕💕💕ঠিকনা বিছাৰি ফুৰিছা 💕💕💕


💕💕💕তুমি চালেই মোৰ চকুলে 💕💕💕

💕💕💕অধৰে পৰান জুৰে 💕💕💕

💕💕💕ৰুনুক ঝুনুক নুপুৰে মাতে 💕💕💕

💕💕💕কুহুমৰ মাজে মাজে 💕💕💕

💕💕💕পাখি লগা মোৰ মনে 💕💕💕

💕💕💕অসিমলে উৰা মাৰে 💕💕💕

💕💕💕প্ৰেমৰ প্ৰথম পোহৰে 

💕💕💕সুবাস ঢালিলে 💕💕💕


💕💕💕সমীৰে শয়্নতে সপোনতে 💕💕💕

💕💕💕আবেগৰ আকাশতে আশা আনে 💕💕💕

💕💕💕দুচকুৰ মৰমে বাগৰ সলালে💕💕💕

💕💕💕প্ৰনয়ৰ আবেশে আবিৰ সানিলে 💕💕💕


💕💕💕উন্মনা মনৰে কবিতা 💕💕💕

💕💕💕ঠিকনা বিছাৰি ফুৰিছা 💕💕💕

Post a Comment

Previous Post Next Post

Contact Form