Kokal Khamusiya Lyrics | Zubeen Garg | Mahalaxmi

Song: Kokal Khamusiya (ককাল খামুচীয়া) Album: Sobdo Singer: Zubeen Garg & Mahalaxmi Kokal Khamusiya Lyrics Kokal Khamusiya Lyrics:– ককাল খামুচীয়া গাল গোলপীয়া তুমি কোন সৰগৰ পৰি কজলা চকুৰে পদুমি খোজেৰে নিলাহি মন মোৰ হৰি গাঁৱৰে জীয়ৰি থাকিবা আঁতৰি চুলে মাৰিব বিজুলী ককাল খামুচীয়া গাল গোলপীয়া তুমি কোন সৰগৰ পৰি কজলা চকুৰে পদুমি খোজেৰে নিলাহি মন … Read more