Bukur Tezere Likha Gaan Lyrics- Jyoti Prasad Agarwala

Song: Bukur Tezere Likha Gaan (বুকুৰ তেজেৰে লিখা গান)

Singer: Jyoti Prasad Agarwala

Bukur Tezere Likha Gaan Lyrics
Bukur Tezere Likha Gaan Lyrics

Bukur Tezere Likha Gaan Lyrics:---

বুকুৰ তেজেৰে লিখা গান মোৰ 
চকুৰ পানীৰে নমচিবি
চকুৰ পানীৰে লিখা গান মোৰ
আলৈ আথানি
নকৰিবি৷
মোৰ, সুৰৰ চুমাত
কোন কোন সাৰ পাৱ?
মোৰ গান শুনি, কোন কোন ভোল যাৱ?
মই কোৱা সেই জোনাকী সাধুটো
নাপাহৰিবি
নাপাহৰিবি
নাপাহৰিবি৷৷

Post a Comment

Previous Post Next Post

Contact Form