Jayanta Hazarika
Ketiyaba Bejarote Lyrics | কেতিয়াবা বেজাৰতে | Jayanta Hazarika
Song: Ketiyaba Bejarote (কেতিয়াবা বেজাৰতে)
Singer: Jayanta Hazarika
Ketiyaba Bejarote Lyrics:—
কেতিয়াবা বেজাৰতে
টোপনি নাহিলে মোৰ
কপালতে যেন হাতযোৱা বুলাই
কপালতে যেন হাতযোৱা বুলাই
কেতিয়াবা বেজাৰতে
টোপনি নাহিলে মোৰ
কপালতে যেন হাতযোৱা বুলাই
কপালতে যেন হাতযোৱা বুলাই
তুমিয়েই দেখোন মোৰেই আই
তুমিয়েই দেখোন মোৰেই আই
কান্দি কান্দি ভাগৰোতে
মৰমেৰে দিছিলা শুৱাই
মৰমেৰে দিছিলা শুৱাই
হয়তো আজি গাঁৱৰ পজাত
হয়তো আজি গাঁৱৰ পজাত
আছা বহি মোকেই ধিয়াই
গোঁসাই ঘৰত বন্তি জ্বলাই
গোঁসাই ঘৰত বন্তি জ্বলাই
কেতিয়াবা বেজাৰতে
টোপনি নাহিলে মোৰ
কপালতে যেন হাতযোৱা বুলাই
কপালতে যেন হাতযোৱা বুলাই
কপালতে যেন হাতযোৱা বুলাই………
