Paribane Purabo Lyrics | পাৰিবানে পূৰাব | Angaraag Mahanta

Published on February 17, 2020

Song: Paribane Purabo (পাৰিবানে পূৰাব)

Singer: Angaraag Mahanta

Paribane Purabo Lyrics
Paribane Purabo Lyrics

Paribane Purabo Lyrics:—

পাৰিবানে পূৰাব তুমি
বগা চাদৰ উকা কপাল
পাৰিবানে পূৰাব তুমি
ভঙা হিয়া উদং কোলা
পাৰিবানে, পাৰিবানে কোৱা
দিব চকুলো মচি
যদি পাৰা জীৱন দিয়া
দিব শান্তি-সুখ আনি
পাৰা যদি হাঁহি দিয়া
পাৰিবানে…..

কোন তুমি, তুমি কি বিছৰা
নিৰপৰাধ শিশুৰ কোৱা কি অপৰাধ
কোৱানা কোৱানা….
দেখি-শুনি আজি চকু কিয় মুদা
ন্য়ায় দিব কোনে, দুহাত কিয় বন্ধা
ৰজা-মন্ত্ৰী খেল মাঁথো
শেষ নহয় কাৰো সপোন 
টকা-পইচা আহে মাঁথো
আমি নহয় কাৰো আপোন…..

পাৰিবানে পূৰাব তুমি
বগা চাদৰ উকা কপাল
পাৰিবানে পূৰাব তুমি
ভঙা হিয়া উদং কোলা
পাৰিবানে, পাৰিবানে কোৱা
দিব চকুলো মচি
যদি পাৰা জীৱন দিয়া
দিব শান্তি-সুখ আনি
পাৰা যদি হাঁহি দিয়া
পাৰিবানে…..