Boroxa Naame Jibonoloi Lyrics By Kumar Sanu and Kavita Krishnamurthy

Song: Boroxa Naame Jibonoloi (বৰষা নামে জীৱনলৈ)

Singer: Kumar Sanu and Kavita Krishnamurthy

Musician: Jayanta Das

Lyrics: Tarun Sharma

Boroxa Naame Jibonoloi Lyrics
Boroxa Naame Jibonoloi Lyrics

Boroxa Naame Jibonoloi Lyrics:---

( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...

(কুমাৰ চানু ) :
ৰ'লাহি মোৰ বাবে
মৰম হৈ অজানিতে ...
নাম দিলোঁ তোমাৰ নয়নমনি
প্ৰথম চাওনিতে...

( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...

(কুমাৰ চানু ) :
দূৰ‍ৰ আকাশে ক'লে
তুমি ধুনীয়া
মনৰ বাঁহীটি আজি
হয় সুৰীয়া।

( কবিতাকৃষ্ণমূৰ্তি) :
বনৰ বতাহো দেখোঁ
আজি উতলা
আমি দুয়ো যে হ'লোঁ
আপোন পাহৰা

(কুমাৰ চানু ) :
ক'লেহি মৰমে নাজানে
ৰাখিব  একোকে গোপনে

( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...

(কুমাৰ চানু ) :
হুম...
নাম দিলোঁ তোমাৰ নয়নমনি
প্ৰথম চাওনিতে...।

(কুমাৰ চানু ) :
তুমি আঁতৰি গ'লে মনে নামানে
ভাবো ৰ'বা সদায়ে
তুমি কাষতে...

( কবিতাকৃষ্ণমূৰ্তি) :
তোমাক নেদেখি জানা
বনৰ পখিয়ে
আছে দেখোন নিৰলে
দূৰত অকলে...

(কুমাৰ চানু ) :
ক'লেহি মৰমে নিদিয়ে...
আঁকিব ছবিটি অকলে...

( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...

(কুমাৰ চানু ) :
ৰ'লাহি মোৰ বাবে
মৰম হৈ অজানিতে...
নাম দিলোঁ তোমাৰ নয়নমনি
প্ৰথম চাওনিতে...।

( কবিতাকৃষ্ণমূৰ্তি) :
বৰষা নামে জীৱনলৈ
তোমাৰ মৰমতে...॥

Post a Comment

Previous Post Next Post

Contact Form