Morom Dilu Tumak Lyrics By Kumar Sanu & Kavita Krishnamurthy

Song∶ Morom Dilu Tumak (মৰম দিলোঁ তোমাক)

Singer: Kumar Sanu & Kavita Krishnamurthy

Lyrics: Prashanta Bordoloi

Music: J.P. Das

Morom Dilu Tumak Lyrics
Morom Dilu Tumak Lyrics

Morom Dilu Tumak Lyrics:--

(কুমাৰ চানু)
মৰম দিলোঁ তোমাক
হিয়া উপচাই
হৃদয় দিলোঁ তোমাক
থ’বা যতনাই

(কবিতা কৃষ্ণমূৰ্তি) :
মনৰ নিজান বনত
ৰং ভৰি যায়
জীৱনৰ পথত
তোমাক লগ পাই...

(দুয়ো) :
মৰম দিলোঁ তোমাক
হিয়া উপচাই...৷

(কবিতা কৃষ্ণমূৰ্তি) :
কৈছিলা তুমি সেইদিনা
মৰমেৰে সজাবা
জীৱনজোৰা প্ৰেৰণা
সপোনেৰে যাচিবা...

(কুমাৰ চানু) :
কৈছিলা তুমি যিদিনা
সুৰে-সুৰে আজি সজাবা
হৃদয় ভৰা বাসনা
প্ৰণয়েৰে যাচিবা...

(দুয়ো) :
কাষত থাকিবা সদায়
চিৰদিন ৰ’বা সদায়
কাষত থাকিবা সদায়...
চিৰদিন ৰ’বা সদায়...

(কুমাৰ চানু) :
মৰম দিলোঁ তোমাক
হিয়া উপচাই

(কবিতা কৃষ্ণমূৰ্তি) :
জীৱনৰ পথত
তোমাক লগ পাই

(দুয়ো) :
মৰম দিলোঁ তোমাক
হিয়া উপচাই

(কুমাৰ চানু) :
দূৰণিলৈ চোৱাঁনা
পাহাৰৰ নীলা চুৰা
প্ৰভাতী বেলি চোৱাঁনা
আবিৰ ৰঙচুৱা...

(কবিতা কৃষ্ণমূৰ্তি) :
বননিলৈ চোৱাঁনা
আশাই উপচুৱা
আকাশী ৰ’দ চোৱাঁনা
কি যে মোহনীয়া...!

(দুয়ো) :
মনতে ৰাখিবা সদায়
চিৰদিন ৰ’বা সজায়
মনতে ৰাখিবা সদায়
চিৰদিন ৰ’বা সজায়...

(কুমাৰ চানু) :
মৰম দিলোঁ তোমাক
হিয়া উপচাই
হৃদয় দিলোঁ তোমাক
থ’বা যতনাই

(কবিতা কৃষ্ণমূৰ্তি) :
মনৰ নিজান বনত
ৰং ভৰি যায়
জীৱনৰ পথত
তোমাক লগ পাই...

(কুমাৰ চানু) :
মৰম দিলোঁ তোমাক
হিয়া উপচাই

(কবিতা কৃষ্ণমূৰ্তি) :
অ’...
মৰম দিলোঁ তোমাক
হিয়া উপচাই...৷

Post a Comment

Previous Post Next Post

Contact Form