Ture Mure Alookore Jatra Lyrics | Jyoti Prasad Agarwala

Song: Ture Mure Alookore Jatra (তোৰে মোৰে আলোকৰে যাত্ৰা)

Singer: Jyoti Prasad Agarwala

Ture Mure Alookore Jatra Lyrics
Ture Mure Alookore Jatra Lyrics

Ture Mure Alookore Jatra Lyrics:---

তোৰে মোৰে আলোকৰে যাত্ৰা
অব্যৰ্থ অব্যৰ্থ,
আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ
স্বাগত স্বাগত সতীৰ্থ!

সেউজীয়া জীৱনলে’ জাগৃতি ছন্দ
আহে আহে
জনতাৰ অন্তৰে অন্তৰে
আলোক বসন্ত হাঁহে হাঁহে৷
প্ৰচাৰিত আলোকবাণী

আগবাঢ়ে যুগগ্ৰামী তৰুণ সেনানী
আজি সমৃদ্ধ বেগে
জাগে জাগে বিপ্লৱী প্ৰাণ
মুখৰিত দিশে দিশে অগনি গান৷৷



Post a Comment

Previous Post Next Post

Contact Form