Song: Mayamoi Rupali Junak (মায়াময় ৰূপালী জোনাক)
Singer: Nirmal Prabha Bordoloi
![]() |
Mayamoi Rupali Junak Lyrics |
Mayamoi Rupali Junak Lyrics:---
মায়াময় ৰূপালী জোনাক
ছাঁয়াঘন সৰলৰে পাত
জিৰ্ জিৰ্ জিৰ্ জুৰিৰে পাৰত
পামনে মই পামনে তোমাক ।
কাবেৰীৰ পাৰে পাৰে
গংগাৰ তীৰে তীৰে
জীৱনৰ পথে পথে
বৰ্ষা শৰততে
যাত্ৰা বিচৰাৰে
তোমাকেই বিচৰাৰে হাঁয়
মায়াময় ৰূপালী জোনাক ...
তুমি অজানা মোৰে
সুগভীৰ সুষমাৰে
তুমিয়ে জানো শান্তি
প্ৰাণৰ আঁতৰে কান্তি
মই যুগ তুষাতুৰে
মৰুভূমিৰ হাঁহাকাৰ লৈ
মায়াময় ৰূপালী জোনাক ...