Andhar Nohole Ratir Xopun Lyrics By Jyoti Prasad Agarwala

Song: Andhar Nohole Ratir Xopun (আন্ধাৰ নহলে ৰাতিৰ সপোন)

Singer: Jyoti Prasad Agarwala 

Andhar Nohole Ratir Xopun Lyrics
Andhar Nohole Ratir Xopun Lyrics 

Andhar Nohole Ratir Xopun Lyrics:---

আন্ধাৰ নহলে
ৰাতিৰ সপোন
জানো দেখিবি?

ক’লাশিখা জ্বলাই নিশা
নাহে যদি আকাশলৈ,
জিকমিকিয়া জোন তৰা
কেনেকে’ লেখিবি?

আন্ধাৰে যদি
চুমা নাখায়
শেৱালি নুফুলে
পুৱা বেলিৰ
প্ৰথম চুমাত
দুবৰি কোলাত
নিয়ৰ নজ্বলে ৷

আন্ধাৰ আহি
বেজাৰ কৰি
মোৰ কবিতাক কয়
পোহৰ বুলি তই বলিয়া....
পোহৰক যদি গোপনে সোধ
পাবি
মই আন্ধাৰৰ আচল পৰিচয় ৷

কবিতা মোৰ, ভাবি থাকিলে... হয়... নে ... নহয় ৷৷

Post a Comment

Previous Post Next Post

Contact Form