Bokul Fulor Dore Lyrics By Anindita Pal

Song: Bokul Fulor Dore (বকুল ফুলৰ দৰে)

Singer: Anindita Pal

Bokul Fulor Dore Lyrics
Bokul Fulor Dore Lyrics

Bokul Fulor Dore Lyrics:---

[(বকুল ফুলৰ দৰে
জোনাকৰ পখী উৰে)←২
এন্ধাৰে এন্ধাৰে
বকুল ফুলৰ দৰে]←২

(নীলিমাৰ আঁচলৰে
টোপে টোপে)←২
চকুপানী সৰে
(বকুল ফুলৰ দৰে
মনৰ নিজানত)←২
(প্ৰথমখিনি←১)

আকাশৰ সিপাৰে←২
আকাশৰ সিপাৰে
ৰৈ আছে মোৰ আকাশ
নিৰৱে..
(বকুল ফুলৰ দৰে
মনৰ নিজানত)←২
অকলশৰে ←২
(বকুল ফুলৰ দৰে
জোনাকৰ পখী উৰে)←২
এন্ধাৰে এন্ধাৰে
বকুল ফুলৰ দৰে।।

Post a Comment

Previous Post Next Post

Contact Form