Gaan ti Jodi Nilikhutei Lyrics By Jyoti Prasad Agarwala

Song: Gaan ti Jodi Nilikhutei (গানটি যদি নিলিখোঁতেই)

Singer: Jyoti Prasad Agarwala

Gaan ti Jodi Nilikhutei Lyrics

Gaan ti Jodi Nilikhutei Lyrics:—

গানটি যদি নিলিখোঁতেই
তাৰ সুৰটি বাজি উঠে

পুৱা পোহৰে
চকুপাহিত
ঢৌ তোলোতেও
সাৰ পায়ো নুঠে,

তাক গান নথকা
সুৰটিৰেই
জগাম আথেবেথে ৷৷

Leave a Comment