Moromore Kolija ( Maya xani diyana) - Pran Deep

Singer: Pran Deep
Lyrics :Pran Deep,Bitupan Borah

অ...... অ' ........ অ' .... অ'...
ছা ৰা ৰা

মৰমৰে কলিজা
মোৰেনো হোৱানা
বুকুতে বাজিছে
প্ৰেমৰে গগণা


মৰমৰে কলিজা
মোৰেনো হোৱানা
বুকুতে বাজিছে
প্ৰেমৰে গগণা


এন্ধাৰৰ ৰাতি মোৰ
জোনাক সিঁচি দিয়ানা
চকুতে চকু থৈ
মায়া সানি দিয়ানা


মৰমৰে কলিজা
মোৰেনো হোৱানা
বুকুতে বাজিছে
প্ৰেমৰে গগণা


(Music)...


এপল দুপল কৈ
সময়ো বাগৰে
মৰম বাঢ়িছে
সপোনে চিঞৰে


তোমাৰ পৃথিৱীত
মোৰেনো পৰিচয়
তোমাৰ হাতেৰে
লিখোঁনে প্ৰণয়


মনৰে কথাবোৰ
খুলি মোক কোৱানা
চকুতে চকু থৈ
মায়া সানি দিয়ানা


মৰমৰে কলিজা
মোৰেনো হোৱানা
বুকুতে বাজিছে
প্ৰেমৰে গগণা


(Music)...


সাগৰৰে নীলা
তুমি যেন চিলা
উৰাবলে মন মোৰ
বুজি কে নোপোৱা


সাগৰৰে নীলা
তুমি যেন চিলা
উৰাবলে মন মোৰ
বুজি কে নোপোৱা


অ'.. অভিমান সামৰি
সাৱটি লোৱানা
চকুতে চকু থৈ
মায়া সানি দিয়ানা


মৰমৰে কলিজা
মোৰেনো হোৱানা
বুকুতে বাজিছে
প্ৰেমৰে গগণা


অ.........অ...... অ' .... অ'....
ছা ৰা ৰা.....।

Post a Comment

Previous Post Next Post

Contact Form