Jetuka Jetuka Lyrics (জেতুকা জেতুকা)


Song: Jetuka Jetuka

Singer: Sadhna Sargam

জেতুকা জেতুকা দুহাতত

জেতুকা দুহাতত

জেতুকা কমোৱা তুলাৰ যেন মন

হিয়াৰে দলিচাত মৰমৰ

গামোছা মৰমৰ

গামোছা দুগালত নধৰে ৰং

সপোন লাহেকৈ নামিলে পদুলিত

উলাহত উৰিলে মন

পাখি লাহি গাভৰু মন

পাখি লাহি গাভৰু মন 

জেতুকা জেতুকা দুহাতত

জেতুকা দুহাতত

জেতুকা কমোৱা তুলাৰ যেন মন

হিয়াৰে দলিচাত মৰমৰ

গামোছা মৰমৰ

গামোছা দুগালত নধৰে ৰং

সপোন লাহেকৈ নামিলে পদুলিত

উলাহত উৰিলে মন

পাখি লাহি গাভৰু মন

পাখি লাহি গাভৰু মন   

মৰম আকলুৱা মৰম আলসুৱা
মৰমে সানিলে প্ৰেমৰে ৰং
দুখনি হিয়াৰে সঁচা মিলন
সৰগী সুখেৰে ভৰিলে মন 
AssameseLyrical.com
মৰম আকলুৱা মৰম আলসুৱা
মৰমে সানিলে প্ৰেমৰে ৰং
দুখনি হিয়াৰে সঁচা মিলন
সৰগী সুখেৰে ভৰিলে মন  
নুবুজা নুবুজা যদিহে নুবুজা
বুজাব নোৱাৰো মই
মনে কৰে কিবাখন
হিয়ামন উচাটন
ভাবিছো গুণিছো দুছকুত আকিছো
সাঁচিছো গোপনে অযুত মৰম
সপোনে সুৱৰাই স্মৃতিৰে ৰং
তোমাৰে দুচকুৰ সজল বৰণ 
ভাবিছো গুণিছো দুছকুত আকিছো
সাঁচিছো গোপনে অযুত মৰম
সপোনে সুৱৰাই স্মৃতিৰে ৰং
তোমাৰে দুচকুৰ সজল বৰণ 
নেভাবা নেভাবা যদিহে নেভাবা
মোৰে কুমলীয়া মন
মনে কৰে কিবাখন
হিয়া তোমাতে মগন
জেতুকা জেতুকা দুহাতত
জেতুকা দুহাতত
জেতুকা কমোৱা তুলাৰ যেন মন
হিয়াৰে দলিচাত মৰমৰ
গামোছা মৰমৰ
গামোছা দুগালত নধৰে ৰং
সপোন লাহেকৈ নামিলে পদুলিত
উলাহত উৰিলে মন
পাখি লাহি গাভৰু মন
পাখি লাহি গাভৰু মন ….!

Leave a Comment