Tumi Aji Mur Lyrics (তুমি আজি মোৰ)

Song: Tumi Aji Mur 

Singer: Zubeen Garg

Tumi Aji Mur Lyrics

তুমি আজি মোৰ

জীৱন বাটৰ লগৰী হ'লা । (২)

মোৰে জীৱনলে তুমি

মোৰ আপোন হ'লা । (২)

তুমি আজি মোৰ

জীৱন বাটৰ লগৰী হ'লা ।




সুখ আহে যায়

দুখ আহে যায়

অকাতৰে পাৰ হৈ যায় । (২)

কিমান যে ধুমুহা 

কিমান যে ধুমুহা 

তথাপি প্ৰেমৰ 

চাঁকি যে নুনুমায় । (২)


AssameseLyrical.com


পাওঁ বা নাপাওঁ 

পুনৰ এই জীৱন

হ'ব জানো

আশা পুৰণ । (২)

কিমান যে প্ৰৰণা

কিমান যে প্ৰৰণা ।

সহযাত্ৰী আমি যে

দুয়ো যুগে যুগে । (২)

তুমি আজি মোৰ

জীৱন বাটৰ লগৰী হ'লা 

তুমি আজি মোৰ

জীৱন বাটৰ লগৰী হ'লা... ।


Post a Comment

Previous Post Next Post

Contact Form