Tumi Xur Eti Gun Gun Lyrics (তুমি সুৰ এটি গুণ গুণ)

Song: Tumi Xur Eti Gun Gun 

Singer: Zubeen Garg

Tumi Xur Eti Gun Gun Lyrics

তুমি সুৰ এটি গুণ গুণ

তুমি সুৰ এটি গুণ গুণ

বুকুৰে বৈ যোৱা

নাজানো তুমি কি সুবাস

মন চঞ্চল প্ৰশান্তিত

শুই পৰা

নাজানো তুমি কি ৰং

নীলাৰ কোমল আৱেশত

মোক সাৱটি ধৰা 

নাজানো তুমি কি ৰং

নীলাৰ কোমল আৱেশত

মোক সাৱটি ধৰা 

তুমি সুৰ এটি গুণ গুণ


AssameseLyrica.com


এতিয়া যে তুমি নিজৰা

নীলা নীলা পানীৰ

শিলে শিলে বৈ যোৱা 

খিল খিল খিল হাঁহি

এতিয়া যে তুমি নিজৰা

নীলা নীলা পানীৰ

শিলে শিলে বৈ যোৱা 

খিল খিল খিল হাঁহি

নিজৰাৰ খিল খিল হাঁহি

নিজৰাৰ খিল খিল হাঁহি

বুকুতে ফুলি উঠা 

খৰিকাজাই সুৱাস

তুমি জানো নাই পোৱা

তুমি জানো নাই পোৱা

তুমি সুৰ এটি গুণ গুণ



একেটিয়েই জোন

একেটিয়েই বেলি

একেখন আকাশ

একেই সেমেকা আবেলি

একেটিয়েই জোন

একেটিয়েই বেলি

একেখন আকাশ

একেই সেমেকা আবেলি

তোমাৰ পৰা মোলৈ বৈ অনা

মলয়াৰ বা আৰু ৰাতিৰ তৰা

তোমাৰ পৰা মোলৈ বৈ অনা

মলয়াৰ বা আৰু ৰাতিৰ তৰা


তুমি সুৰ এটি গুণ গুণ ।

Post a Comment

Previous Post Next Post

Ads

Facebook

Contact Form