Nasoni Lyrics (নাচনী)

Song: Nasoni 

Singer: Jishu Raj

Nasoni Lyrics

ঐ নাচনী ধুনীয়া

হাঁহিত মৰম লগা

আৰু যে ধুনীয়া

মুগা ৰিহা মেখেলা

ঐ নাচনী ধুনীয়া

হাঁহিত মৰম লগা

আৰু যে ধুনীয়া

মুগা ৰিহা মেখেলা

AssameseLyrical.com

দেখি মোৰ গাবলে 

মনে যাই বহাগৰে গান

নোৱাৰি থাকিব আতৰি

জান ঐ জান

ঐ নাচনী ধুনীয়া

হাঁহিত মৰম লগা ঐ

মোৰ ফুলনীৰ ফুল হলে

সজাই থলো হেতেন 

ও জান ঐ ফুলদানী কৰি 

মোৰ পথাৰৰ ধান হলে

সাঁচি থলো হেতেন

ভঁৰালত লক্ষিমী কৰি

দেখি মই গাবলে মনে

যাই বহাগৰে গান

নোৱাৰি থাকিব আতৰি

জান ঐ জান

ঐ নাচনী ধুনীয়া

হাঁহিত মৰম লগা ঐ

ঐ নাচনী নামৰূপতে

বহু কথা জানানে ও জানানে

ঐ হেনো দিনে ধৰি পেলালা প্ৰেমতে 

ঐ বুজা নে

দেখি মই গাবলে মনে

যাই বহাগৰে গান

নোৱাৰি থাকিব আতৰি

জান ঐ জান

ঐ নাচনী ধুনীয়া

হাঁহিত মৰম লগা ঐ

Leave a Comment