Tikhor( তীখৰ )- Achurjya Borpatra X KLANZ (Lyrical)

The song “Tikhor” by Achurjya Borpatra X KLANZ is a lively and rhythmic Assamese track that blends traditional folk elements with modern beats. It features powerful vocals, catchy tunes, and vibrant instrumentals, creating an energetic and engaging musical experience.

Audio Credits:

Category
Details
Singer
Lyrics-Composition
Music-Mix-Master
Recorded at
Studio Samalay, Golaghat by Kishore Gogoi
Photography
Bhargav Khound
Poster
Nongthombam Deepak Singha
Video
Monuj Boraik

Tikhor ( তীখৰ ) – Achurjya Borpatra Lyrical Video

Tikhor ( তীখৰ ) Lyrics : Achurjya Borpatra X KLANZ

তীখৰো ন’হলোং, জাননে মই
একোকে নাজানোং, বুজনে তই

তীখৰো ন’হলোং, জাননে মই
একোকে নাজানোং, বুজনে তই
বাটে ঘাটে সকলোৱে বেৰি বেৰি সুধে
কাৰে লগত আজিকালি মিলা-প্ৰীতি চ’লে
অ’ মই কি কৰোঁ এতিয়া
ভালেই লাগিল যেতিয়া
ভালেই পালোঁ তেতিয়া
কিনো কৰোঁ হায়,
কি কৰোঁ এতিয়া
ভালেই লাগিল যেতিয়া
ভালেই পালোঁ তেতিয়া
কিনো কৰোঁ হায়

অ’ মই মুখ্যমন্ত্ৰী হ’ম
প্ৰধানমন্ত্ৰীও হ’ম
তেতিয়াও তোৰ মাৰ বাপেৰে দেখাব নে দ’ম,
উৰাজাহাজও ল’ম
হেলিকপ্টাৰো ল’ম
উৰি উৰি উৰি গৈ তোৰ চোতালতে ৰ’ম,

মুখ্যমন্ত্ৰী হ’ম
প্ৰধানমন্ত্ৰী হ’ম
তেতিয়াও তোৰ মাৰ বাপেৰে দেখাব নে খং,
উৰাজাহাজও ল’ম
হেলিকপ্টাৰো ল’ম
উৰি উৰি উৰি গৈ তোৰ চোতালতে ৰ’ম,

ভাৱি ভাৱি মৰিছোঁ
সপোন দেখি হাঁহিছোঁ
ভাৱিলেনো কি হ’ব
এতিয়াহে বুজিছোঁ

বাটে ঘাটে সকলোৱে বেৰি বেৰি সুধে
কাৰে লগত আজিকালি মিলা-প্ৰীতি চ’লে
অ’ মই কি কৰোঁ এতিয়া
ভালেই লাগিল যেতিয়া
ভালেই পালোঁ তেতিয়া
কিনো কৰোঁ হায়,

এ দেহি এ দেহি
হেমামালিনী ধৰ্মেন্দ্ৰ
এ দেহি এ দেহি
পঢ়িছনে প্ৰবন্ধ ঐ
এ দেহি ঐ এ দেহি ঐ
আৰু আছে নেকি সম্বন্ধ
আছে নেকি সম্বন্ধ তোৰ।

এ দেহি এ দেহি
ছবিজগতৰ নায়িকা
এ দেহি এ দেহি
নহয় তুমি জানিবা ঐ
এ দেহি ঐ এ দেহি ঐ
কিহৰ ইমান ফুত’নি তোৰ।

অ’ দিলেজান ডিমাপুৰ
তোমাৰনো ঘৰ কিমান দূৰ
অ’ দিলেজান ডিমাপুৰ
নহয় ছাগে বেছিদূৰ
ব’হাগতে আনিমগৈ তোকে হেৰ’ দিলেজান
নিজৰ কৰি দেহাজান
নিজৰ কৰি আনিমগৈ তোক।

অ’ দিলেজান ডিমাপুৰ
তোমাৰনো ঘৰ কিমান দূৰ
অ’ দিলেজান ডিমাপুৰ
নহয় ছাগে বেছিদূৰ
ব’হাগতে আনিমগৈ তোকে হেৰ’ দিলেজান
নিজৰ কৰি দেহাজান
নিজৰ কৰি আনিমগৈ তোক।

Label: AB Production
Music Publisher: Eikhon Axom Hoi Bhai Media
List of Achurjya Borpatra’s Song

You can find Numerous Short films on the YouTube channel “Team Hira.”

Do you found Any Mistake in “Tikhor( তীখৰ ) Lyrical Video Song” ?, Please Report In Contact Section with Correct Tikhor( তীখৰ ) Lyrical Video Song!, View More on AssameseLyrical,com

Hello Tv Short film Festival Award wining Short Film

“Andha” Axomiya Short film 

Leave a Comment