Angaraag Mahanta
Junaki Rati (জোনাকী ৰাতি) – Papon Lyrics | Angaraag mahanta
Song: Junaki Rati (জোনাকী ৰাতি)
Singer: Angaraag mahanta & Papon
Junaki Rati (জোনাকী ৰাতি) – Papon Lyrics:–
ক’ত এজাক, ক’ত এজাক…..
ক’ত এজাক, ক’ত এজাক…..
জোনাকী ৰাতি,
কিয়নো আহি………
প্ৰতিটো সুৰটো ছবি আঁকিলি,
জোনাকী ৰাতি,
কিয়নো আহি………
তোমাৰ দুচকোৱে মোক
নিশা কিয় কন্দুৱায়,
তোমাৰ মিঠা হাঁহিটিয়ে
মোক আজিও হঁহুৱায়,
তোমাৰ দুচকোৱে মোক
নিশা কিয় কন্দুৱায়,
তোমাৰ মিঠা হাঁহিটিয়ে
মোক আজিও হঁহুৱায়,
আজি নিশা জোনাকী পৰুৱাই
তোমাৰ ছবি কিয় উজ্বলায়
পাহৰিব নোৱাৰো মই তোমাক……..
ক’ত আছা তুমি আজি?
কাক চোৱা তুমি আজি?
কাৰ বাট চোৱা তুমি আজি?
কাৰ গান গোৱা তুমি আজি?
নাহিবা সপোনতে এতিয়া তুমি,
কিবা বিভীষিকা আহিছে নামি
জোনাকী ৰাতি……..
কিয়নো আহি
প্ৰতিটো সুৰটো ছবি আঁকিলি,
জোনাকী ৰাতি………
