Angaraag Mahanta
Jonake Bisare Ki (জোনাকে বিচাৰে কি ) Lyrics | Angaraag Mahanta
Song Name: Jonake Bisare Ki (জোনাকে বিচাৰে কি)Singer: Angaraag Mahatnta
Jonake Bisare Ki (জোনাকে বিচাৰে কি ) Lyrics:::
জোনাকে বিচাৰে কি,
ফাগুনী বতাহে সোৱৰাই কি,
তোমাকে তোমাকে তোমাকে তোমাকে,
তোমাকে তোমাকে তোমাকে তোমাকে,
জোনাকে বিচাৰে কি …..
ফাগুনী বতাহে সোৱৰাই কি,
তোমাকে তোমাকে তোমাকে তোমাকে,
তোমাকে তোমাকে তোমাকে তোমাকে,
জোনাকে বিচাৰে কি …..
দোকমোকালি পুৱা কুলিৰ বিননি,
বেদনাই আহি দুচকু তিয়ায়,
ডাৱৰে আৱৰে সপোন মোৰ,
বতাহে নিলে উৰুৱাই,
জোনাকে বিচাৰে কি…..
বেদনাই আহি দুচকু তিয়ায়,
ডাৱৰে আৱৰে সপোন মোৰ,
বতাহে নিলে উৰুৱাই,
জোনাকে বিচাৰে কি…..
জোনাকৰ ৰাতি তিৰবিৰ তৰাই,
কিনো মায়া সানে দুচকু জুৰি,
মন মোৰ উৰি যায় দুৰণিলৈ,
আপোন গাঁওৰ পদুলিলৈ,
কিনো মায়া সানে দুচকু জুৰি,
মন মোৰ উৰি যায় দুৰণিলৈ,
আপোন গাঁওৰ পদুলিলৈ,
ফাগুনী বতাহে সোৱৰাই কি,
তোমাকে তোমাকে তোমাকে তোমাকে,
জোনাকে বিচাৰে কি…
তোমাকে তোমাকে তোমাকে তোমাকে,
জোনাকে বিচাৰে কি…
