Milonore Ei Xubho Lyrics | Bhupen Hazarika

Song: Milonore Ei Xubho (মিলনৰে এই শুভ) Singer: Bhupen Hazarika Milonore Ei Xubho Lyrics Milonore Ei Xubho Lyrics:— অ’ …..অ’…..অ’…… মিলনৰে এই শুভ ক্ষণ পখিলা উৰাদি উৰে মন মৰমৰে এই আৱাহন জীৱনৰে মধুৰ লগন। লাজৰে বান্ধোন খুলি যায় যায় বুকুৱে সঁহাৰি পায় পায়। অমৃতময় এই আলিঙ্গন যেনে হৰগৌৰীৰ মহামিলন।। দয়াৱতী পাৰ্বতী আই নধৰিবা দোষ দায় । তোমাৰ … Read more

Eiti Ba Kun Lyrics | Bhupen Hazarika

Song: Eiti Ba Kun (এইটি বা কোন) Singer: Bhupen Hazarika  Eiti Ba Kun Lyrics  Eiti Ba Kun Lyrics:— এইটি বা কোন ওলালে সিংহ কেনি লুকালে নেগুৰ কটা শৃগাল আজি ৰাজসভালৈ যায়। পপীয়া তৰা ওলালে সূৰুষ কেনি লুকালে তপস্বী বিড়াল আজি নামঘৰলৈ যায়। গৰ্দ্দভৰে নৃপতি, গৰ্দ্দভে শোভে। ন্যায় এৰি নৃপতি, মৰে অতি লোভে।। কাউৰী সজাওঁ যদি গজৰাজ মুক্তাৰে … Read more

Atitore Buronji Lyrics | Bhupen Hazarika

Atitore Buronji Lyrics | Bhupen Hazarika

Discover the profound Atitore Buronji lyrics by Bhupen Hazarika. Explore this iconic Assamese song and its timeless message on AssameseLyrical.com. Song: Atitore Buronji (অতীতৰ বুৰঞ্জী) Singer: Bhupen Hazarika Atitore Buronji Lyrics:– অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা-মহাৰজাৰ কথা। আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা। মিছৰ দেশৰে নীল নৈৰ পাৰৰে ফাল্লাহীনে বিনালে কৈ কৃষকৰ বুকুৰে বেথা। মিছিছিপিৰ পাৰতে কপাহৰে খেতিতে … Read more

Ture Mure Alookore Jatra Lyrics | Jyoti Prasad Agarwala

Song: Ture Mure Alookore Jatra (তোৰে মোৰে আলোকৰে যাত্ৰা) Singer: Jyoti Prasad Agarwala Ture Mure Alookore Jatra Lyrics Ture Mure Alookore Jatra Lyrics:— তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ স্বাগত স্বাগত সতীৰ্থ! সেউজীয়া জীৱনলে’ জাগৃতি ছন্দ আহে আহে জনতাৰ অন্তৰে অন্তৰে আলোক বসন্ত হাঁহে হাঁহে৷ প্ৰচাৰিত আলোকবাণী আগবাঢ়ে যুগগ্ৰামী তৰুণ সেনানী আজি … Read more

Jibonture Kandunkhini Lyrics | Bhupen Hazarika

Song: Jibonture Kandunkhini (জীৱনটোৰে কান্দোনখিনি) Singer: Bhupen Hazarika Jibonture Kandunkhini Lyrics Jibonture Kandunkhini Lyrics:— জীৱনটোৰে কান্দোনখিনি নিজেই সাঁচি থলোঁ; জীৱনটোৰে হাঁহিখিনি বিলাই বিলাই দিলোঁ। শ্ৰোতা বন্ধু তুমিও অকণ লোৱাঁ।। হাঁহিখিনি পাবৰ বাবে বহুতো কান্দিলোঁ মাজে মাজে কান্দি কান্দি নিজেই হাঁহিলোঁ, বহুত কান্দোন, অলপ হাঁহিৰ এইয়ে জীৱন মেলা।। (সেয়ে) জীৱনটোৰে হাঁহিখিনি বিলাই বিলাই দিলোঁ।। শ্ৰোতা বন্ধু, তুমিও অকণ … Read more

Tilai Tilai Ghuri Fure Lyrics | Bishnu Prasad Rabha

Song: Tilai Tilai Ghuri Fure (টিলাই টিলাই ঘূৰি ফুৰে) Singer: Bishnu Prasad Rabha Tilai Tilai Ghuri Fure Lyrics Tilai Tilai Ghuri Fure Lyrics ডেকাকে ধুনীয়া দেখি থমকি থমকি নাচে তাই টিঙতে উজলি থমকি থমকি নাচে তাই টিঙতে উজলি পোৱালৰ ৰঙা মণি তাইৰে গাল দুখনি পোৱালৰ ৰঙা মণি তাইৰে গাল দুখনি বুকুত লৰি আভা ঢালি কৰে ৰাঙলী লাজতে লাজুকী … Read more

O Bharotore Lyrics | Bhupen Hazarika

Song: O Bharotore (অʼ ভাৰতৰে) Singer: Bhupen Hazarika O Bharotore Lyrics O Bharotore Lyrics:— অʼ ভাৰতৰে পঁজা ঘৰত নৈৰ পাৰত সোণ পথাৰত বাজক সুখৰ বাঁহী বাজক সুখৰ বাঁহী। পঞ্চনদী গোদাবৰী মহানদী আৰু কাবেৰীৰ সোঁতত উঠক ভাঁহি পৃথিৱী ঘূৰি বহু ফুৰি, এই ভাৰতৰ চৰণ চুমিম জনম জনম আহি। দূৰৈৰ আজান বাউলৰ গান মিঠা কলতান মৃদু তাল-মান বাজক আকাশ … Read more

Aji Fagunor Puwa Lyrics | Parvati Prasad Baruva and Bhupen Hazarika

Song: Aji Fagunor Puwa (আজি ফাগুণৰ পুৱা) Singer: Parvati Prasad Baruva and Bhupen Hazarika Aji Fagunor Puwa Lyrics Aji Fagunor Puwa Lyrics:— আজি ফাগুণৰ পুৱা বেলাতেই মেঘে ওন্দোলাই আনিলে, আজি ফাগুণৰ পুৱা বেলাতেই মেঘে ওন্দোলাই আনিলে; আবতৰতেই নীল আকাশত ক’লা ৰং কোনে সানিলে, মেঘে ওন্দোলাই আনিলে, আজি ফাগুণৰ পুৱা বেলাতেই মেঘে ওন্দোলাই আনিলে; বসন্ত উৎসৱ নহ’ল পতা বসন্ত … Read more

Bohag Mathu Lyrics | Bhupen Hazarika

Song: Bohag Mathu (বʼহাগ মাথোঁ) Singer: Bhupen Hazarika Bohag Mathu Lyrics Bohag Mathu Lyrics:— বʼহাগ মাথোঁ এটি ঋতু নহয় নহয় বʼহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ বʼহাগ মাথোঁ বিহুতলী নহয় নহয় ই নিশা ফুলা ফুল বʼহাগেই আনি দিয়ে সমদল গতি নেওচি জাতি কুল ই প্রভেদক কৰে নাশ।। বʼহাগ এটি মাথোঁ মাকো … Read more

O Bharotire Lyrics | Bhupen Hazarika

Song: O Bharotire (অʼ ভাৰতীৰে) Singer: Bhupen Hazarika O Bharotire Lyrics O Bharotire Lyrics:— অʼ ভাৰতীৰে! অʼ পৃথিৱীৰে! স্বাধীনচিতীয়া দল ভাৰতী স্বাধীন হʼল। ঘিট্‌মিট্‌ এন্ধাৰ কংকালসাৰ অতীত অন্ত হʼল। অতীত নাশি নৱ জেউতি জিল্‌মিলায় জল্‌মল্‌।। অগ্ৰদূত সৱে যাম আগুৱাই তৰংগ সম কৰি কলকল পৃথিৱীৰ প্ৰগতিৰ হকে আমি পান কৰি দুখ হলাহল। সাম্যৰ মন্থন পাতিব লাগিব চূৰ্ণ কৰি … Read more