Moi Eti Jajabor Jyrics In Assamese | মই এটি যাযাবৰ | Bhupen Hazarika
Song: Moi Eti Jajabor (মই এটি যাযাবৰ) Singer: Bhupen Hazarika Bhupen Hazarika Moi Eti Jajabor Jyrics In Assamese:— মই এটি যাযাবৰ মই এটি যাযাবৰ, ধৰাৰ দিহিঙে-দিপাঙে লৱৰো নিবিছাৰি নিজা ঘৰ মই এটি যাযাবৰ মই এটি যাযাবৰ…. মই লুইতৰ পৰা মিছিছিপি হৈ ভল্গাৰে ৰূপ চালো, অতোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ল’লো, মই ইলোৰাৰ পৰা পুৰণি ৰহণ চিকাগোলে … Read more