He Dola Lyrics | হে দোলা | Bhupen Hazarika

Song: He Dola (হে দোলা) Singer: Bhupen Hazarika He Dola Lyrics He Dola Lyrics:—- দোলা হে দোলা হে দোলা হে দোলা হে একাঁ-বেঁকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ বৰ-বৰ মানুহৰ দোলা হে দোলা, হে আপোন কৰিলো বনুৱাৰ জীৱনক দেহা ভাগৰাই দোলা হে দোলা হে দোলা হে দোলা একাঁ-বেঁকা বাটেৰে কঢ়িয়াওঁ বৰ-বৰ মানুহৰ দোলা হে দোলা, হে আপোন কৰিলো বনুৱাৰ … Read more

O Mur Dharitri Aai Lyrics | অ’ মোৰ ধৰিত্ৰী আই | Bhupen Hazarika

Song: O Mur Dharitri Aai Singer: Bhupen Hazarika O Mur Dharitri Aai Lyrics O Mur Dharitri Aai Lyrics:— অ’ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায়, দয়া কৰা দয়াশীলা আই; অ’ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায়, দয়া কৰা দয়াশীলা আই; ৰ’দ-বৰষুণ কাতি কৰি ঘাম পেলাই … Read more

Modarore Phul Lyrics | মদাৰৰে ফুল | Bhupen Hazarika

Song: Modarore Phul (মদাৰৰে ফুল) Singer: Bhupen Hazarika Modarore Phul Lyrics Modarore Phul Lyrics:—- মদাৰৰে ফুল হেনো পূজাতো নেলাগে, মদাৰৰে ফুল হেনো সবাহত নেলাগে, লাগে পিছে ব’হাগতে ৰং সানিবলে, লাগে পিছে আকাশতে জুই জ্বলাবলে, কোনোবাই মোক হেনো মদাৰৰে ৰিজালে, আমাৰ দৰে লোক হেনো কামে-কাজে নেলাগে, লাগে পিছে সমাজতে ৰং সানিবলে, লাগে পিছে আকাশতে জুই জ্বলাবলে…. মদাৰ গছত … Read more

Junuwali Nikhar Lyrics | জোনোৱালি নিশাৰ | Jyoti Prasad Agarwala

Song: Junuwali Nikhar (জোনোৱালি নিশাৰ) Singer: Jyoti Prasad Agarwala  Junuwali Nikhar Lyrics Junuwali Nikhar Lyrics:—- জোনোৱালি নিশাৰ ৰূপোৱালি পোহৰে, চকুৰ পাহিত কাৰ ছবি আঁকি যায়, চকুৰ পাহিত কাৰ ছবি আঁকি যায়, জোনোৱালি নিশাৰ ৰূপোৱালি পোহৰে, চকুৰ পাহিত কাৰ ছবি আঁকি যায়, চকুৰ পাহিত কাৰ ছবি আঁকি যায়; জিকিমিকি জিকিমিকি কাৰ সোণ পখিলা, নাছি নাছি আহি ৰুণুজুণুকৈ নুপুৰ … Read more

Gose Gose Lyrics | গছে গছে | Jyoti Prasad Agarwala

Song: Gose Gose (গছে গছে) Singer: Jyoti Prasad Agarwala Gose Gose Lyrics  Gose Gose Lyrics:– গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই ফুলৰে শৰাই…. ফুলৰে শৰাই…. গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই ফুলৰে শৰাই…. ফুলৰে শৰাই…. কলীয়া ভোমোৰা গুঞ্জৰী আহে, কলীয়া ভোমোৰা গুঞ্জৰী আহে, গুন্ধকে ধিয়ায় ৰাম ৰাম গুন্ধকে ধিয়ায়, … Read more

Xeujiya Lyrics | সেউজীয়া | Jyoti Prasad Agarwala

Song: Xeujiya (সেউজীয়া) Singer: Jyoti Prasad Agarwala Xeujiya Lyrics Xeujiya Lyrics:– সেউজীয়া… সেউজীয়া… সেউজীয়া… সেউজীয়া… লানীকৈ ৰুলে ঐ গছৰ শাৰী সেউজী গছতে সোণৰ গুটি, লানীকৈ ৰুলে ঐ গছৰ শাৰী সেউজী গছতে সোণৰ গুটি, সেউজী গছতে সোণৰ গুটি লাগে হীৰাফুলে মাৰে পোহৰ ছাটি, সেউজী গছতে সোণৰ গুটি, সেউজীয়া… সেউজীয়া… ভাটি দেশৰে বনুৱা ছোৱালী অ’… ভাটি দেশৰে বনুৱা ছোৱালী … Read more

Kohua Bon Lyrics | কহুঁৱা বন | Bhupen Hazarika

Song: Kohua Bon (কহুঁৱা বন) Singer: Bhupen Hazarika  Kohua Bon Lyrics Kohua Bon Lyrics:—- আ আ আ আ….. কহুঁৱা বন মোৰ অশান্ত মন আলফুল হাতেৰে লোৱা সাৱটি, এটি এটি ক্ষণ যেন মুকুতাৰে ধন, এনেয়ে হেৰুৱালে নাহে উভটি, কহুঁৱা বন মোৰ অশান্ত মন আলফুল হাতেৰে লোৱা সাৱটি…. আ আ আ আ….. নীলা আকাশৰ একোটি তৰা, হথাতে খহি সাৱতে … Read more

Gupute Gupute Bhupen Hazarika Lyrics | গুপুতে গুপুতে | Assamese | Bhupen Hazarika

Song: Gupute Gupute (গুপুতে গুপুতে) Singer: Bhupen Hazarika Gupute Gupute Lyrics Gupute Gupute Bhupen Hazarika Lyrics:—- গুপুতে গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা, চতিয়াওঁ আহা আকাশে-বতাহে দুয়োৰে ৰঙৰে মেলা, গুপুতে গুপুতে কিমান খেলিম আলিংগনৰ এই খেলা…. সমাজ আৰু সংস্কাৰক দেখুৱাওঁ আহা প্ৰিয়া, লুকাই নথৈ আমাৰ দুখন সাগৰৰ দৰে হিয়া, যৌৱনত জানো পাপ থাকে প্ৰকাশ জানো বন্ধ থাকে … Read more

Buku Ham Ham Kare | বুকু হম হম কৰে | Lyrics In Assamese | Bhupen Hazarika

Song: Buku Ham Ham Kare (বুকু হম হম কৰে) Singer: Bhupen Hazarika Buku Ham Ham Kare Buku Ham Ham Kare  Lyrics In Assamese:—– বুকু হম হম কৰে মোৰ আই কোনে নিদ্ৰা হৰে মোৰ আই, পুত্ৰ হৈ মই কিমতে তৰো আই তোৰে হৈ মই মৰো, বুকু হম হম কৰে মোৰ আই… দেশৰে চন্দ্ৰমা… কাল এন্ধাৰে আৱৰে, অগনি কালিকা… দেহৰ … Read more

Meghe Gir Gir Lyrics | মেঘে গিৰ্ গিৰ্ | Bhupen Hazarika

Song: Meghe Gir Gir (মেঘে গিৰ্ গিৰ্) Singer: Bhupen Hazarika Meghe Gir Gir Lyrics Meghe Gir Gir Lyrics:—- মেঘে গিৰ্ গিৰ্ কৰে আহা হিৰ্ হিৰ্ মেঘে কৰে, মেঘে গিৰ্ গিৰ্ কৰে আহা হিৰ্ হিৰ্ মেঘে কৰে, মেঘে গিৰ্ গিৰ্ কৰে আহা হিৰ্ হিৰ্ মেঘে কৰে, বা লাগি আগলতী কলাপাত লৰে এজাক যেন বৰষুণ আহো আহো কৰে, মেঘে … Read more