Nistobdho Nishar Lyrics | নিস্তব্ধ নিশাৰ | Angaraag Mahanta | Papon

Song: Nistobdho Nishar (নিস্তব্ধ নিশাৰ) Singer: Angaraag Mahanta Nistobdho Nishar Lyrics Nistobdho Nishar Lyrics:— নিস্তব্ধ নিশাৰ জিলিয়ে মোক ৰাতিপুৱালে লগ দিলে, আকৌ এবাৰ উভটি চালো যে মই ইমান অকলশৰীয়া, আ আ আ…. কত সঁচা জীৱনৰ মিছা হৈ পৰিছে, একেবোৰ মিছাকে লৈ সঁচাকৈ হাঁহিছে, কত সঁচা জীৱনৰ মিছা হৈ পৰিছে, একেবোৰ মিছাকে লৈ সঁচাকৈ হাঁহিছে, জানো কেতিয়া পুৱাব … Read more

Jilikabo Luitore Paar | জিলিকাব লুইতৰে পাৰ | Lyrics | Bhupen Hazarika

Song: Jilikabo Luitore Paar (জিলিকাব লুইতৰে পাৰ) Singer: Bhupen Hazarika Jilikabo Luitore Paar Lyrics Jilikabo Luitore Paar (জিলিকাব লুইতৰে পাৰ) Lyrics:—- জিলিকাব লুইতৰে পাৰ জিলিকাব লুইতৰে পাৰ, এন্ধাৰৰ ভেঁটা ভাঙি প্ৰাগজ্যোতিষত বয় জেউতী নিজৰাৰে ধাৰ, শত শত বন্তিৰে জ্ঞানৰে দিপালীয়ে, জিলিকাব লুইতৰে পাৰ জিলিকাব লুইতৰে পাৰ…. সাঁচিপাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ, সাঁচিপাতে ভাষা … Read more

Foot Godhulite Lyrics | ফুট গধূলিতে | Bhupen Hazarika

Song: Foot Godhulite (ফুট গধূলিতে) Singer: Bhupen Hazarika Foot Godhulite Lyrics Foot Godhulite Lyrics:— ফুট গধূলিতে কপিলি খুতিত কোন গোৰ্খালি গাভৰুৰে গাইজনী হেৰায়, সেই গাইজনীনো কেনে তুলনাযে নাই হেনো সেই চাপৰিত তাইৰমান গাখীৰতী নাই কাঞ্চীয়ে ৰিঙিয়ায় অ’ বগী গাই অ’ লক্ষ্মী গাই হে তুমি দেখোন নাহিলে ব্যৱসায়ো নাই, সেই মিঠা মাতৰ চিঞঁৰে কপিলি কপায়, মিঠা মাতৰ চিঞঁৰে … Read more

Siro Jugomiya Dhou Tuli Lyrics | চিৰযুগমীয়া ঢৌ তুলি | Bhupen Hazarika

Song: Siro Jugomiya Dhou Tuli (চিৰযুগমীয়া ঢৌ তুলি) Singer: Bhupen Hazarika Siro Jugomiya Dhou Tuli Lyrics Siro Jugomiya Dhou Tuli Lyrics:— চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি চিৰ নতুন পানচৈ উটি যায়, জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি সময় নদীত পথ আঁকি আঁকি যায়, অণু পৰমাণু হৈ কাৰ আশাৰেনো উৰে আজি উৰে, চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি… অ’ অ’ … Read more

Hagor Hongomot Lyrics | সাগৰ সংগমত | Bhupen Hazarika

Song: Hagor Hongomot (সাগৰ সংগমত) Singer: Bhupen Hazarika Hagor Hongomot Lyrics Hagor Hongomot Lyrics:— সাগৰ সংগমত কতনা সাঁতৰিলো তথাপিটো হোৱা নাই ক্লান্ত…. সাগৰ সংগমত… সাগৰ সংগমত… সাগৰ সংগমত কতনা সাঁতৰিলো তথাপিটো হোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালাই অশান্ত, মনৰ প্ৰশান্ত সাগৰৰ বক্ষ জোৱাৰৰ নাই আজি অন্ত, অজস্ৰ লহৰে নৱ-নৱ গতিৰে আনি দিয়ে আশা-অফুৰন্ত, সাগৰ … Read more

Xitore Xemeka Rati Lyrics | শীতৰে সেমেকা ৰাতি | Bhupen Hazarika

Song: Xitore Xemeka Rati (শীতৰে সেমেকা ৰাতি) Singer: Bhupen Hazarika Xitore Xemeka Rati Lyrics Xitore Xemeka Rati Lyrics:— শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি, সেমেকা শীতৰে  ৰাতি শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীন কোনো খেতিয়কৰ ভাগিপৰা পঁজাটিৰ তুঁহজুই একোৰাত উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ, ৰক্তিম যেন এটি উত্তাপ হওঁ ৰক্তিম যেন এটি উত্তাপ হওঁ…. … Read more

Moi Aru Mur Saa Lyrics | মই আৰু মোৰ ছাঁ | Bhupen Hazarika

Song: Moi Aru Mur Saa (মই আৰু মোৰ ছাঁ) Singer: Bhupen Hazarika Moi Aru Mur Saa Lyrics Moi Aru Mur Saa Lyrics:—- কোনে কয় মই অকলশৰীয়া মই আৰু মোৰ ছাঁ দুয়ো দুয়োৰে লগৰীয়া, পৃথিৱী নক’বা মই অকলশৰীয়া মই আৰু মোৰ ছাঁ…. সংগীহীনতা মোৰেই সংগী বুলি কিয় তুমি উপহাস কৰিছা, মই আৰু মোৰ ছাঁ দুয়ো দুয়োৰে লগৰীয়া মই … Read more

Mur Geetor Hejar Shruta | মোৰ গীতৰ হেজাৰ শ্ৰুতা | Lyrics | Bhupen Hazarika

Song: Mur Geetor Hejar Shruta (মোৰ গীতৰ হেজাৰ শ্ৰুতা) Singer: Bhupen Hazarika Mur Geetor Hejar Shruta Lyrics Mur Geetor Hejar Shruta Lyrics:— মোৰ গীতৰ হেজাৰ শ্ৰুতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমিয়েইতো প্ৰধান অলংকাৰ; প্ৰয়াস কৰো তোমাৰ মুখত হাঁহি বিলাবলে, প্ৰয়াস কৰো তোমাৰ দুখত সঁচাই কান্দিবলে, তোমাৰ ক্ৰোধত ক্ৰোধান্বিত হৈও গীত ৰচো, ব্যক্তি সমূহৰ হৈ সুৰৰ শৰাই যাচো, … Read more

Xhoixobote Dhemalite Song Lyrics | শৈশৱতে ধেমালীতে | Bhupen Hazarika

Song: Xhoixobote Dhemalite (শৈশৱতে ধেমালীতে) Singer: Bhupen Hazarika Xhoixobote Dhemalite Song Lyrics Xhoixobote Dhemalite Song Lyrics:— শৈশৱতে ধেমালীতে তোমাৰে ওমলা মনত আছে, ব’হাগ মাহৰ লুইতখনিত দুয়ো সাঁতোৰা মনত আছে, যৌৱনতে দুয়োৰে দেহাৰ লাজুকী পৰশ মনত আছে, মোৰ অবিহনে চিপজৰী ল’বা বুলি কোৱা মোৰ মনত আছে; ব’হাগ মাহৰ লগতে এদিন আহিল বৰদৈচিলা, সেই ধুমুহাত কাৰোবাৰ স’তে তুমি দেখো … Read more

Gouri Puriya Gabhoru Dekhilu Lyrics | গৌৰীপুৰীয়া গাভৰু দেখিলো | Bhupen Hazarika

Song: Gouri Puriya Gabhoru Dekhilu Singer: Bhupen Hazarika Gouri Puriya Gabhoru Dekhilu Lyrics Gouri Puriya Gabhoru Dekhilu Lyrics:—- গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ, হাতীও ধৰিলো তাইকো মুহিলো সাঁতুৰি গদাধৰ নৈ হে…. গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ, মহলৰ কাষতে নৈৰে পাৰতে আছিলে অকলে ৰৈ হে…. গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ…. গোৱালপাৰাৰ হাতী মহল মাউত নানা … Read more