Jaboloi Khujote Lyrics (যাবলৈ খোজোতেই)
Song: Jaboloi Khujote Singer: Zubeen Garg Jaboloi Khujote Lyrics যাবলৈ খোজোতেই থমকিব দুভৰি ডাঁৱৰৰ আঁৰতে নতুনৰ ৰঁদালি চিনাকি চিনাকি দুদিনৰ চিনাকি আতৰি হলেগৈ হ’বযে অচিনাকি যাবলৈ নিদিৱা ৰাখিবা ধৰি যাবলৈ খোজোতেই থমকিব দুভৰি ডাঁৱৰৰ আঁৰতে নতুনৰ ৰঁদালি AssameseLyrical.com কোনে বাৰু মোক মৰম দিলে উকাঁ হিয়া মোৰ ভৰাই থলে ইমান দিনে আছিলে অকলে আপোন বুলি মোক … Read more