Aaina Bhonga Di Lyrics (আইনা ভঙা দি)

Published on January 27, 2021

Song: Aaina Bhongadi

Singer: Zubeen Garg 

Aaina Bhonga Di Lyrics


আইনা ভঙা দি ভাঙিব হিয়াখনি

লুইতৰে সোঁতে ববগৈ চকুপানী

তুমি এৰি আঁতৰি গ’লে

আইনা ভঙা দি ভাঙিব হিয়াখনি

লুইতৰে সোঁতে ববগৈ চকুপানী

তুমি এৰি আঁতৰি গ’লে

বতৰো নহয় চোন গোমা গোমা

ভালপোৱা কিয় কৰা আধৰুৱা

 

আইনা ভঙা দি ভাঙিব হিয়াখনি

লুইতৰে সোঁতে ববগৈ চকুপানী

তুমি এৰি আঁতৰি গ’লে

বতৰো নহয় চোন গোমা গোমা

ভালপোৱা কিয় কৰা আধৰুৱা

আইনা ভঙা দি ভাঙিব হিয়াখনি

 

অমিয়া অমিয়া মাত ওঁঠৰে

সিজে কি অনুপম

লিহিৰি বিৰিণা পাত

দেহাটি

সিযে কি অনুপম

সাজোনে কাচোনে জোনটিও নিমিলে

তৰাটিও লাগে কম

অমিয়া অমিয়া মাত ওঁঠৰে

সিজে কি অনুপম

লিহিৰি বিৰিণা পাত

দেহাটি

সিযে কি অনুপম

সাজোনে কাচোনে জোনটিও নিমিলে

তৰাটিও লাগে কম

চাই নো চাই নো চাই নো চাই

তোমাক দুচকুতে যেন

থাকিম মই

বতৰো নহয় চোন গোমা গোমা

ভালপোৱা কিয় কৰা আধৰুৱা

আইনা ভঙা দি ভাঙিব হিয়াখনি

লুইতৰে সোঁতে ববগৈ চকুপানী

তুমি এৰি আঁতৰি গ’লে

আইনা ভঙা দি ভাঙিব হিয়াখনি

লুইতৰে সোঁতে ববগৈ চকুপানী

তুমি এৰি আঁতৰি গ’লে

বতৰো নহয় চোন গোমা গোমা

ভালপোৱা কিয় কৰা আধৰুৱা

AssameseLyrical.com

 

দেৰিকৈ আহিবা

আহি নক’বা যাবৰে হ’ল

বুকুতে অগণি জলাই নক’বা

যাবৰে হ’ল

যিদৰে উঠিছে নামিব সিদৰে

উলাহৰে ঢল

দেৰিকৈ আহিবা

আহি নক’বা যাবৰে হ’ল

বুকুতে অগণি জলাই নক’বা

যাবৰে হ’ল

যিদৰে উঠিছে নামিব সিদৰে

উলাহৰে ঢল

বুকুৰে মৰম যাচিবলে তুমি

দিয়া এপল দুপল

বতৰো নহয় চোন গোমা গোমা

ভালপোৱা কিয় কৰা আধৰুৱা

আইনা ভঙা দি ভাঙিব হিয়াখনি

লুইতৰে সোঁতে ববগৈ চকুপানী

তুমি এৰি আঁতৰি গ’লে

আইনা ভঙা দি ভাঙিব হিয়াখনি

লুইতৰে সোঁতে ববগৈ চকুপানী

তুমি এৰি আঁতৰি গ’লে

বতৰো নহয় চোন গোমা গোমা

ভালপোৱা কিয় কৰা আধৰুৱা

আইনা ভঙা দি ভাঙিব হিয়াখনি

লুইতৰে সোঁতে ববগৈ চকুপানী

তুমি এৰি আঁতৰি গ’লে

বতৰো নহয় চোন গোমা গোমা

ভালপোৱা কিয় কৰা আধৰুৱা