Gaonre Jiyari Lyrics | Bhupen Hazarika

Song: Gaonre Jiyari (গাঁৱৰে জীয়াৰী) Singer: Bhupen Hazarika Gaonre Jiyari Lyrics Gaonre Jiyari Lyrics:— গাঁৱৰে জীয়াৰী সপোন সুন্দৰী গাঁৱতে সৰগ ৰচোঁ মই মাটিতে সৰগ ৰচোঁ মই দেৱতাই ৰ লাগি চায়। ধুনীয়া মন মোৰ কুমলীয়া বাহু দুটি মোৰ লহপহীয়া কাকনো সাবটিব খুজি অলিয়া-বলিয়া হয়। অ’……….. দেহাৰ বৰণ মোৰ চম্পাফুলীয়া চুলিৰ বৰণ মোৰ এন্ধাৰকʼলীয়া খোজত মলয়া বয়। গাঁৱৰে ধাননিৰে … Read more

Aji Bule Rongali Bihu Lyrics | Bhupen Hazarika

Song: Aji Bule Rongali Bihu (আজি বোলে ৰঙালী বিহু) Singer: Bhupen Hazarika Aji Bule Rongali Bihu Lyrics Aji Bule Rongali Bihu Lyrics:— কথাঃ শিহুটো ওলোৱাদি বিহুটোও ওলায়হি বছৰি। গীতঃ লুইতত ভোটোঙাই ওলাল শিহু আজি বোলে ৰঙালী বিহু বিহু। যেন লেতেকুৰে থোক ধেমালি চাই যা ধেমালি চা। সমাজৰ পথাৰত কোন খেলুৱৈয়ে কাক বা সাজিছে ঢোপ ৰাইজৰ এইগাল লোক দলদোপ দলদোপ … Read more

Akakh Bixal Xagor Lyrics | Bhupen Hazarika

Song: Akakh Bixal Xagor (আকাশ বিশাল সাগৰ) Singer: Bhupen Hazarika Akakh Bixal Xagor Lyrics Akakh Bixal Xagor Lyrics:– আকাশ বিশাল সাগৰ বিশাল তাতোকৈ বিশাল মাতৃ-হৃদয় পশু-পক্ষী বা নৰ-নাৰীৰ মাতৃৰ স্নেহমায়া চিৰ মধুময়।। মাতৃৰ প্ৰতি ধনী-দুখীয়াৰ মায়া-মমতা একেটাই মাথোঁ ভিন্ন ৰূপে স্নেহ প্ৰকাশে হৈ নিঃস্বাৰ্থ সদায়।। মাতৃ যদি সন্তানহীনা হয় জীৱন পূৰ্ণ নহয় ধৰাৰ স্বৰ্ণহীৰা মণি-মৰকত মাটিৰ চপৰাহে … Read more

Bonjui Bonot He Jole Lyrics | Bhupen Hazarika

Song: Bonjui Bonot He Jole (বনজুই বনতহে জ্বলে) Singer: Bhupen Hazarika Bonjui Bonot He Jole Lyrics Bonjui Bonot He Jole Lyrics:– বনজুই বনতহে জ্বলে দেখা পোৱা যায় মনৰ জুই মনত জ্বলে দেখাতো নেপায় হে’। হিটলাৰৰ জোতাৰ শৱদ হে’ গিৰিপ গাৰাপ চলে ইহুদী নিধন পৰ্ব সহস্ৰ মৰিল হে’।। বিংশ শতাব্দীৰে সিদিনা চতুৰ্থ দশক বিশ্ব জুৰি মহাসমৰে পৃথিৱী জ্বলাওক … Read more

Dihinge Dipange Lyrics | Bhupen Hazarika

Song: Dihinge Dipange (দিহিঙে-দিপাঙে) Singer: Bhupen Hazarika Dihinge Dipange Lyrics Dihinge Dipange Lyrics:– দিহিঙে-দিপাঙে আজীৱন ঘূৰিলোঁ জীৱনৰ টোকাৰী বাই। শতিকা-শেষত থমকি চাওঁ যে মৰণৰ তোৰণ নাই। জীৱন গলিল মৰণ গলিল কোন যে কাহানি যায়, দেহতত্বৰো তত্ব লুকাল মানুহে মানুহক খায়। নতুন শতিকা আহিলেই দেখোঁ আৰুতো অধিক পৰ নাই, অনীতিৰ সাগৰত দেশখন বুৰিছে ধৰিবৰ তৃণ-কুটা নাই। মোৰ অসমী … Read more

Aam Fulile Baan Lyrics | Manas Robin

Song: Aam Fulile Baan (আম ফুলিলে বান) Singer: Manas Robin  Aam Fulile Baan Lyrics Aam Fulile Baan Lyrics:— আম ফুলিলে বান কঁঠালে আনে ধান কঁঠালে আনে ধান জাননে তই বাৰু মইনাজান আম ফুলিলে বান কঁঠালে আনে ধান কঁঠালে আনে ধান জাননে তই বাৰু মইনাজান কি ফুল ফুলিলে তোকে পাম তোকে পাম কি ফুল ফুলিলে তোকে পাম তোকে … Read more

Bhakha Bhora Prithibir Lyrics | Bhupen Hazarika

Song: Bhakha Bhora Prithibir (ভাষা ভৰা পৃথিৱীৰ) Singer: Bhupen Hazarika Bhakha Bhora Prithibir Lyrics Bhakha Bhora Prithibir Lyrics:— ভাষা ভৰা পৃথিৱীৰ বিদ্রোহী কথা গীত কাণ পাতি শুনিবৰ শকতি নাই ৷ গুমৰি গুমৰি থকা জীৱনৰ ভাৰৰাশি জগতক শুনাবৰ ভাষা নাই ৷ আছে কত ইঙ্গিত পৰাজয় নাই আছে নানা সঙ্কেত নাই ভয় নাই ৷৷ বিজ্ঞানে আগুৱাই যায় নতুন সভ্যতাত … Read more

Kune Koi Moi Akolxoriya Lyrics | Bhupen Hazarika

Song: Kune Koi Moi Akolxoriya (কোনে কয় মই অকলশৰীয়া) Singer: Bhupen Hazarika Kune Koi Moi Akolxoriya Lyrics Kune Koi Moi Akolxoriya Lyrics:—- কোনে কয় মই অকলশৰীয়া মই আৰু মোৰ ছাঁ দুয়ো দুয়োৰে লগৰীয়া পৃথিৱী নক’বা মই অকলশৰীয়া সংগীহীনতা মোৰেই সংগী বুলি কিয় তুমি উপহাস কৰিছা ? মই আৰু মোৰ ছাঁ দুয়ো দুয়োৰে লগৰীয়া মই আৰু মোৰ ছাঁ।। … Read more

Kar Gharor Lakhimi Lyrics | Bhupen Hazarika

Song: Kar Gharor Lakhimi (কাৰ ঘৰৰ লখিমী) Singer: Bhupen Hazarika Kar Gharor Lakhimi Lyrics Kar Gharor Lakhimi Lyrics:— কাৰ ঘৰৰ লখিমী ঘৰলৈ উভতিছে কাৰ ঘৰ সজাই-পৰাই কোনে বাট চাইছে ! কাৰ ঘৰত মেটমৰা কʼলা ধন বিজাৰিছে কাৰো ঘৰত অভাৱে জীৱন জোকাৰিছে। কাৰো ঘৰত নোপোৱাৰ চকুলো সৰিছে। কোনোবাই কাৰেং সাজি বিদ্যা আলয় পাতিছে ; অভিজাতৰ দুলালসৱে ৰঙৰ খেলা … Read more

Jibontu Jodi Abhinay Hoi Lyrics | Bhupen Hazarika

Song: Jibontu Jodi Abhinay (জীৱনটো যদি অভিনয় হয়) Singer: Bhupen Hazarika Jibontu Jodi Abhinay Hoi Lyrics Jibontu Jodi Abhinay Hoi Lyrics:— জীৱনটো যদি অভিনয় হয় যদি অভিনয়তে মৰম ৰয় সেই মৰমৰ দাম কিমাননো ? আকাশ এখিলা যদি কাগজ হয় আৰু জোনটো যদি আচল নহয় সেই জোনাকৰ ৰহণ কিমাননো ? বুজিও নুবুজা হৈ আমি ভুলকে ভাল বুলি বোটলোঁ … Read more