Xu Usso Paharor Lyrics | Bhupen Hazarika

Song: Xu Usso Paharor (সুউচ্চ পাহাৰৰ) Singer: Bhupen Hazarika Xu Usso Paharor Lyrics Xu Usso Paharor Lyrics:— সুউচ্চ পাহাৰৰ শৃংগলৈ উঠা মই (এক) প্ৰেমিক অশ্বাৰোহী; দুৰন্ত অশ্বৰ পদধ্বনিত উন্মাদ হোৱা এক চিৰ বিদ্ৰোহী। টিক্‌ টিক্‌ টিক্‌ টিক্‌ সময়ৰ ছন্দত ধপ্‌ ধপ্‌ শব্দ বাজে কলিজাৰ, প্ৰেমৰ ছন্দ মোৰ প্ৰতি ধমনিতে দুৰ্বাৰ ছন্দ আছে কামনাৰ। সৌৱা পাহাৰৰ শৃংগত আছে … Read more

Ur Ur Xantir Pokhiti Lyrics | Bhupen Hazarika

Song: Ur Ur Xantir Pokhiti (উৰ্‌ উৰ্‌ শান্তিৰ পখীটি) Singer: Bhupen Hazarika Ur Ur Xantir Pokhiti Lyrics Ur Ur Xantir Pokhiti Lyrics:– উৰ্‌ উৰ্‌ শান্তিৰ পখীটি উৰ্‌ উৰ্‌ শান্তিৰ পখীটি। এই আকাশ, এই ভূমি নকৰিবি মৰুভূমি বিষৰ ধোঁৱাৰে এন্ধাৰ। এই মানুহ, এই প্ৰদেশ এই দেশ, এই স্বদেশ শোষণমুক্ত কৰ্‌ এইবাৰ। ৰংমন ৰঙিলী শুন্‌ তহঁতৰ বহুতো গুণ মুঠিত … Read more

Otikoi Senehor Lyrics | Bhupen Hazarika

Song: Otikoi Senehor (অতিকৈ চেনেহৰ) Singer: Bhupen Hazarika Otikoi Senehor Lyrics Otikoi Senehor Lyrics:— অতিকৈ চেনেহৰ বহলকৈ পৃথিৱী তাতোকৈ চেনেহৰ ভাই, তাতোকৈ চেনেহৰ ভল্গাৰ বান্ধৈ ঐ আনন্দৰে সীমা নাই। ৰুছ দলৰ কি ক্ষিপ্ৰতা চাব, কি কৌশল চাব? সমাজৰে পথাৰতে কিনো ঢোপ খেলিলাঁ পাৱতে যেন এঠা সনা আছে সেই এঠাৰে তোমাৰ আমাৰ দুখন বুকু এখন হʼল ৰঙতে চোন … Read more

Snehe Amar Xot Lyrics | Bhupen Hazarika

Song: Snehe Amar Xot (স্নেহে আমাৰ শত) Singer: Bhupen Hazarika Snehe Amar Xot Lyrics Snehe Amar Xot Lyrics:— স্নেহে আমাৰ শত শ্ৰাৱনৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে যৌৱন-বাসনাৰ ৰিক্তোপকূল পূৰ্ণ কৰে উন্মত্ত বানে । নিৰ্জ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি উচ্ছল জীৱনৰ জোৱাৰ আনে অপৰূপ বাৰিষাৰ তৰঙ্গ ৰাশিয়ে নাচে নৱ সৃষ্টিৰ গানে। বিদ্যুৎক্ষিপ্ৰ নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা সানে … Read more

Ki Bisari Ure Jibon Lyrics | Bhupen Hazarika

Song: Ki Bisari Ure Jibon (কি বিচাৰি ওৰে জীৱন) Singer: Bhupen Hazarika Ki Bisari Ure Jibon Lyrics Ki Bisari Ure Jibon Lyrics:— কি বিচাৰি ওৰে জীৱন কেনি আগুৱালো বহু ধনৰ মোহত পৰি মূলো হেৰুৱালো । যাবৰ পৰত হাঁহি হাঁহি এন্ধাৰলৈ গʼলো অতি লোভত পৰি আজি পাপত বন্দী হʼলো । মানুহকে মানুহ বেচি , বেহা পাতিছিলোঁ আনৰ সুখক … Read more

Janak Puror Jankiye Lyrics | Bhupen Hazarika

Song: Janak Puror Jankiye (জনকপুৰৰ জানকীয়ে) Singer: Bhupen Hazarika Janak Puror Jankiye Lyrics Janak Puror Jankiye Lyrics:— জনকপুৰৰ জানকীয়ে মিচিক-মাচাক হাঁহে ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে। বুধৰ গলত ৰঙা ৰুমাল বাহুত তামৰ তাবিজ কʼলা চুলিত কত যে ভাঁজ দেহত ৰঙীণ কামিজ কাজল সনা চকু দুটাই হাঁহে ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে। জানকীৰে লাহী কঁকাল বতাহতে … Read more

Basi Basi Tumake Basim Lyrics | Deepshikha Bora & Joy Nirvan

Song: Basi Basi Tumake Basim (বাচি বাচি তোমাকে বাচিম) Singer: Deepshikha Bora & Joy Nirvan Basi Basi Tumake Basim Lyrics Basi Basi Tumake Basim Lyrics:— ধৰো নধৰো কৈ তোমাৰ হাতত ধৰিম তুমি নপৰিলেও তোমাৰ প্ৰেমত পৰিম নাচাবা দেই আনলৈ জলি পুৰি মৰিম ক’বও নোৱাৰো কোৱা কিনো কৰিম বাচি বাচি তোমাকে বাচিম হাঁচতিতে যতনাই সাঁচিম কপালতে চুমাতো আঁকি … Read more

Thakim Tumar Hote Lyrics | Meghali Borokha & Jay Nirvan

Song: Thakim Tumar Hote (থাকিম তোমাৰ স’তে) Singer: Meghali Borokha & Jay Nirvan Thakim Tumar Hote Lyrics Thakim Tumar Hote Lyrics:— অ…. অ….. দুটি জীৱনৰে এখনি তুলুঙা নাওঁ তুমি য’তেই যোৱা মইয়ো লগতে যাওঁ আমি সজালোঁ  চকুতে চকু থৈ সপোন এটি তাতেই তুমি মই তোমালৈ মৰম জাগে তোমালৈ চেনেহ জাগে তোমাক পালে সচাঁকৈ একোৱেই চোন নালাগে তোমালৈ … Read more

Kar Janu Poroxot Lyrics | Rudra Baruah

Song: Kar Janu Poroxot (কাৰ জানো পৰশত) Singer: Rudra Baruah Kar Janu Poroxot Lyrics Kar Janu Poroxot Lyrics:— কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ-মালতী পাহি পশ্চিম অকাশখনি ৰটোৱালে ঢকা আজি তাৰ মাজে আহে মোৰ  সোণৰ সপোন ভাঁহি ভাঁহি। তৰা বছা আকাশৰ লাজুকী জোনে ওলগ জনায় যেন মিচিকি হাঁহি চালেদি সৰাগ দেখা পঁজাটিত যেন বাজি উঠে শত … Read more

O Hori Ekhon Srajila Lyrics | Bhupen Hazarika

Song: O Hori Ekhon Srajila (অʼ হৰি, ইখন স্ৰজিলা) Singer: Bhupen Hazarika O Hori Ekhon Srajila Lyrics O Hori Ekhon Srajila Lyrics:– অʼ হৰি, ইখন স্ৰজিলা কিনো শান্তি নিকেতন বাল্মীকিদেউ বহি আছে যেন হিমাচল।। চন্দন বন হালি-জালি সুগন্ধি বিলায় পাৰিজাত হাসি মাৰি ভ্ৰমৰ ভুলায়।। অʼ শিষ্যসৱে পুষ্প আনে আঞ্চোল ভৰিয়া মৃগ শিশু সঙ্গে নাচে আনন্দ কৰিয়া।। অʼ … Read more