Amare Bhonti Xubo A Lyrics | Bhupen Hazarika

Song: Amare Bhonti Xubo A (আমাৰে ভনটি শুব এʼ) Singer: Bhupen Hazarika Amare Bhonti Xubo A Lyrics Amare Bhonti Xubo A Lyrics:– আমাৰে ভনটি শুব এʼ সপোনৰ দেশলৈ যাব এʼ শুকুলা ৰঙৰে মিঠাকৈ সপোনক দিঠকৰ ৰূপকে দিব। আমাৰে ভন্টি মহিলা হʼব আৰোগ্য নিকেতন গঢ়িব বিজ্ঞানেৰে ৰুগীয়াজনকে সুঠাম তেজাল কৰিব এʼ জীৱন মধুৰ হʼব।। শুকুলা চিকুণ বৰকৈ ঘৰটিত … Read more

O Thunuka Kasghar Lyrics | Bhupen Hazarika

Song: O Thunuka Kasghar (অ’ থুনুকা কাঁচঘৰ) Singer: Bhupen Hazarika O Thunuka Kasghar Lyrics O Thunuka Kasghar Lyrics:— অ’ থুনুকা কাঁচঘৰ তই বান্ধিবি কিমান মোৰ মন পখীক সীমাৰ পৰিধি টানি । সৌ অসীম আকাশ মোৰেই বাবে বাট চাই আছে কামনাৰ ৰহন সানি।। জানো মৰণ-জীৱন একেটি নদীৰ দুপাৰৰে দুটি ঘাট শুনো মৰণ হেনো শ্যাম সমান নিতে বাঁহী বায় … Read more

Ek Dui Tini Sari Lyrics | Jayanta Hazarika

Song: Ek Dui Tini Sari (এক দুই তিনি চাৰি) Singer: Jayanta Hazarika Ek Dui Tini Sari Lyrics Ek Dui Tini Sari Lyrics:— এক দুই তিনি চাৰি যুতি দিলো গৰু গাড়ী অ’ দেখিছা নে হাতীয়ে চলায় দেখিছা নে হাতীয়ে চলায় হাতীয়ে চলায় এক দুই তিনি চাৰি যুতি দিলো গৰু গাড়ী অ’ দেখিছা নে হাতীয়ে চলায় দেখিছা নে … Read more

Ki Je Tumar Hongo Priya Lyrics | Bhupen Hazarika

Song: Ki Je Tumar Hongo Priya (কি যে তোমাৰ সংগ প্ৰিয়া) Singer: Bhupen Hazarika Ki Je Tumar Hongo Priya Lyrics Ki Je Tumar Hongo Priya Lyrics:— কি যে তোমাৰ সংগ প্ৰিয়া মিঠা তোমাৰ সংগ, তোমাৰ অংগ জ্বলন্ত জুই মই যে পতংগ । জীৱনৰ ৰস যিমান তৃষ্ণাও বাঢ়ে সিমান এই নিশা নেলাগে সোণ কথাৰ প্ৰসংগ ।। তোমাৰ অংগ … Read more

Jibon Xindhu Bohu Bindure Hoi Lyrics | Bhupen Hazarika

Song: Jibon Xindhu Bohu Bindure Hoi (জীৱন-সিন্ধু বহু বিন্দুৰে হয়) Singer: Bhupen Hazarika Jibon Xindhu Bohu Bindure Hoi Lyrics Jibon Xindhu Bohu Bindure Hoi Lyrics:— জীৱন-সিন্ধু বহু বিন্দুৰে হয় যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ। অলস চিন্তা অগভীৰ আঁচনিয়ে জয়ৰ বাসনা কৰে চূৰ্ণ।। অসমবাসী এমুঠি মানুহ তাতে যদি হয় নানান প্ৰভেদ সামূহিক মংগল হয় মষিমূৰ উমি উমি থাকে … Read more

Jauti Jugiya Dhone Mur Lyrics | Jyoti Prasad Agarwala

Song: Jauti Jugiya Dhone Mur (যাউতিযুগীয়া ধনে মোৰ) Singer: Jyoti Prasad Agarwala Jauti Jugiya Dhone Mur Lyrics Jauti Jugiya Dhone Mur Lyrics:— যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন প্ৰাণতে দিলা মোক মৰম কুমলীয়া মনত সোঁৱৰণী সুৱদীয়া বুকুত ভালে পোৱা অ’ মোৰ প্ৰাণ যাউতিযুগীয়া ধনে মোৰ অ’। যাউতিযুগীয়া ধন। স্মৃতিৰ ছবিখনি প্ৰণয় … Read more

Maghore Mahote Lyrics | Bhupen Hazarika

Song: Maghore Mahote (মাঘৰে মাহতে) Singer: Bhupen Hazarika Maghore Mahote Lyrics Maghore Mahote Lyrics:— তেৰশ চৌৱন্নৰ মাঘৰে মাহতে ষোল্লৰে বিয়লি বেলা পৃথিৱীৰ শিৰতে ব্ৰজপাত পৰিলে বাপুজী কʼলৈনো গʼলাঁ ? এন্ধাৰৰ মাজেদি জোঁৰ লৈ আহিলাঁ অশেষ যাতনা ভেদি মৰমৰ হাঁহিৰে হেংদান ভাঙিলাঁ অসত্যক কেনিবা খেদি।। পৃথিৱীখনিয়ে হিংসাৰ তেজেৰে যেতিয়া ৰাঙলী হʼল অহিংসাৰ বাণীৰে ধুৱালা-পখালা শতৰু বিস্ময় গʼল।। অকলে … Read more

Eiye Mur Xekh Gaan Lyrics | Bishnu Prasad Rabha

Song: Eiye Mur Xekh Gaan (এয়ে মোৰ শেষ গান) Singer: Bishnu Prasad Rabha Eiye Mur Xekh Gaan Lyrics Eiye Mur Xekh Gaan Lyrics:— এয়ে মোৰ শেষ গান | মোৰ জীৱন-নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান | পাতনিতে বালোঁ ধেমালি নান্দী ভঙ্গী সূত্ৰধাৰ হাঁহি বিননিয়ে ভাও দিলোঁ নানা বোৱালোঁ অশ্ৰু ধাৰ নৱ-নৱ ৰসে বালোঁ ভাৱ নাও আশাৰ নিৰাশাৰ আজি … Read more

Junake Kane Kane Lyrics | Zubeen Garg

Song: Junake Kane Kane (জোনাকে কানে কানে) Singer: Zubeen Garg Junake Kane Kane Lyrics Junake Kane Kane Lyrics:— জোনাকে কানে কানে আহি ক’লে নিবিড় অবুজ ভাষাৰে তুমি মোৰ মাথোঁ মোৰ নীৰৱে জ্বলি থকা তৰাবোৰে বাৰে বাৰে কব খোজে তুমি মোৰ মাথোঁ মোৰ তুমি মোৰ মাথোঁ মোৰ ফুলৰ পাহে পাহে মেঘৰ আৰে আৰে তুমি আছা প্ৰীতি হৈ মোৰ … Read more

Xurore Deulore Lyrics | Bishnu Prasad Rabha

Song: Xurore Deulore (সুৰৰে দেউলৰে) Singer: Bishnu Prasad Rabha Xurore Deulore Lyrics Xurore Deulore Lyrics:– সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী পূজাৰী অ’ সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী পূজাৰী অ’ পূজাৰী অ’ সুন্দৰ পূজাৰী অ’ সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী অ’ যাউতি যুগীয়া বৰগীত অমিয়া বনগীত সুৰীয়া বনগীত সুৰীয়া … Read more