O Hori Ekhon Srajila Lyrics | Bhupen Hazarika

Published on March 6, 2020

Song: O Hori Ekhon Srajila (অʼ হৰি, ইখন স্ৰজিলা)

Singer: Bhupen Hazarika

O Hori Ekhon Srajila Lyrics
O Hori Ekhon Srajila Lyrics

O Hori Ekhon Srajila Lyrics:–

অʼ হৰি, ইখন স্ৰজিলা কিনো শান্তি নিকেতন
বাল্মীকিদেউ বহি আছে যেন হিমাচল।।

চন্দন বন হালি-জালি সুগন্ধি বিলায়
পাৰিজাত হাসি মাৰি ভ্ৰমৰ ভুলায়।।

অʼ শিষ্যসৱে পুষ্প আনে আঞ্চোল ভৰিয়া
মৃগ শিশু সঙ্গে নাচে আনন্দ কৰিয়া।।

অʼ স্থানৰ বেদীত বহি আছে বাল্মীকি মহান
জ্ঞানৰ হংস পাখি কাপ ধৰি ৰচে ৰামায়ণ।।