Kar Hahitiye Lyrics By Jyoti Prasad Agarwala

Poem: Kar Hahitiye (কাৰ হাঁহিটিয়ে ) Writer: Jyoti Prasad Agarwala Kar Hahitiye Lyrics Kar Hahitiye Lyrics:— কাৰ হাঁহিটিয়ে মোৰ ফুলনিৰ ফুলে পাতে ৰূপ লয় কাৰ হাঁহিটিয়ে নিফুট গানেৰে ঘোষে নতুনৰ জয় ৷ কাৰ হাঁহি লাগি সাৰ পাই উঠে বৰ্ণ গন্ধ গান সঞ্জীৱনীৰে কাৰনো হাঁসিৰ শিয়ঁৰাই তোলে দলিত, পীড়িত, মহাজনতাৰ, সঞ্চিত অভিযান ৷

Karkhanar Bonuwa Lyrics By Jyoti Prasad Agarwala

Poem: Karkhanar Bonuwa (কাৰখানাৰ বনুৱা) Writer: Jyoti Prasad Agarwala Karkhanar Bonuwa Lyrics Karkhanar Bonuwa Lyrics:— কাৰখানাৰ বনুৱা নতুন দিনৰ ৰণুৱা নতুন মনৰ মনুৱা মই জয় হাতুৰিৰ জয়, জয় বটালিৰ জয় কোৰ কটাৰিৰ জয় জয় ভাগৰৰ ভোক পিয়াহৰ জয়    কপালৰ পৰা ভৰিত পৰা ঘাম টোপালৰ জয় ৷ কাৰখানাৰ বনুৱা নতুন দিনৰ ৰণুৱা নতুন মনৰ মনুৱা মই ৷ মই … Read more

Kuk Kuk Lyrics By Jyoti Prasad Agarwala

Song: Kuk Kuk (কুক্‌ কুক্‌) Singer: Jyoti Prasad Agarwala Kuk Kuk Lyrics Kuk Kuk Lyrics:— কুক্‌ কুক্‌ কুক্‌ কুক্‌                 কুক্‌ কুক্‌ মাতে বন-ম’ৰা জিৰ্‌ জিৰ্‌ জিৰ্‌ জিৰ্‌ নিজৰা ৰৈ যা ৰৈ যা ফেনে-ফোটোকাৰে লগতে লৈ যা লৈ যা মোৰে বনৰীয়া বনৰে চিলনী মৰমেৰে ভৰা ৷

Andharedi Kune Lyrics By Jyoti Prasad Agarwala

Song: Andharedi Kune (আন্ধাৰেদি কোনে) Singer: Jyoti Prasad Agarwala Andharedi Kune Lyrics Andharedi Kune Lyrics:— আন্ধাৰেদি কোনে পোহৰ বিচাৰি যায় কোন বননিৰ সোণ হৰিণাই দেও দি দি লৰি চক্‌ খাই উঠি ন জোনাবাই চায় ৷ ন জোনাবাইৰ জোনাকত কোনে জগত ৰূপালী দেখ’ আন্ধাৰত বহি পোহৰৰ ৰেখা কোনে গণি পঢ়ি লেখ’ ন জোনটিৰ বুকুত বাঢ়ে পূৰ্ণিমাৰেই জোন মোৰ … Read more

Aru Tu Nilikhu Podum Kolir Lyrics By Jyoti Prasad Agarwala

Song: Aru Tu Nilikhu Podum Kolir (আৰু তো নিলিখোঁ পদুমকলিৰ) Singer: Jyoti Prasad Agarwala Aru Tu Nilikhu Podum Kolir Lyrics  Aru Tu Nilikhu Podum Kolir Lyrics:— আৰু তো নিলিখোঁ পদুমকলিৰ কবিতা মই সখি আৰুতো নাচাওঁ পদুম কলিৰ পাহিবোৰ লেখি লেখি ৷ আজি মই গান বোকাত জহি যোৱা মানুহৰ জয়গান কঁপাই জনৰ প্ৰাণ, যি প্ৰাণৰ অভ্যুদয়ে নোহোৱা নোপজা … Read more

Keng Kuru Keng Kuru Lyrics By Jyoti Prasad Agarwala

Song: Keng Kuru Keng Kuru (কেং কুৰু কেং কুৰু) Singer: Jyoti Prasad Agarwala Keng Kuru Keng Kuru Lyrics Keng Kuru Keng Kuru Lyrics:— (বাওনাৰ গীত) কেং কুৰু কেং কুৰু ঘেং কুৰু কুৰু কুৰু বনে বনে মনে মনে ফুৰোঁ ফুৰোঁ ফুৰোঁ ফুৰোঁ ৷ ডেং কটা ডিং কটা শিং কটা টিং কিটিটিং ঘিটিটিং ডিডিং ডিডিং ৷ বাওনা ৰজা …. … Read more

Keteki Xuloka Lyrics By Jyoti Prasad Agarwala

Song: Keteki Xuloka (কেতেকী সোলকা) Singer: Jyoti Prasad Agarwala Keteki Xuloka Lyrics Keteki Xuloka Lyrics:— কেতেকী সোলকা পুৰণি গঢ়ৰ সোণ- খাৰু তাহানি দিনৰ জোন-কেৰু ! নকৈ গঢ়োৱা সুৰৰ সঁচৰুৱা নতুন বাখৰুৱা পিন্ধি তই কেতেকী… বাৰু নতুনৰ চানেকি, নকৈ নাবাছি, কিনো ভাবিছ আৰু তয়ে নতুনৰ কাৰু তোৰ মনত জ্বলক চিৰসুন্দৰৰ চিৰউজ্জ্বল, চিৰচাৰু ৷ তয়ে নতুনৰ কাৰু ৷৷

Ketekir Gundh Jodi Lyrics By Jyoti Prasad Agarwala

Song: Ketekir Gundh Jodi (কেতেকীৰ গোন্ধ যদি) Singer: Jyoti Prasad Agarwala Ketekir Gundh Jodi Lyrics Ketekir Gundh Jodi Lyrics:— কেতেকীৰ গোন্ধ যদি ভালকে নাপাৱ পদুমৰ গোন্ধ জানো পাবি …. ৰঙা জবাব যদি মৌ ভাল নাপাৱ বগা জবাব মৌ খাবি ৷ পুৱতিৰ তৰা যদি চালে চকু নুজুৰাই সন্ধিয়াৰ তৰাটো চাবি সোঁ বাটে গলে যদি মোক লগ নাপাৱ বাওঁ … Read more

Kun Kun Ahisa Lyrics By Jyoti Prasad Agarwala

Song: Kun Kun Ahisa (কোন কোন আহিছা) Singer: Jyoti Prasad Agarwala Kun Kun Ahisa Lyrics Kun Kun Ahisa Lyrics:— কোন কোন আহিছা আইক পূজিবলৈ আইৰ পূজাৰ বেলি হ’ল ! (সমনীয়া অ’) সাজু হ’বৰে হ’ল ডেকা ল’ৰা ! সাজু হ’বৰে হ’ল সাজু হ’বৰে হ’ল অ’, সাজু হ’বৰে হ’ল ৷ পৰ- পদানত কিয় বাৰু তোৰ শিৰ অৱনত কিয় বাৰু? … Read more

Kun Kot Aaso Lyrics By Jyoti Prasad Agarwala

Song: Kun Kot Aaso (কোন ক’ত আছ) Singer: Jyoti Prasad Agarwala Kun Kot Aaso Lyrics Kun Kot Aaso Lyrics:— কোন ক’ত আছ আহ্ অ’ ডেকা ল’ৰা তই সমুখত হ থিয় মাতৃ পূজাৰ ভাগ লবলৈ বেলি কৰ কিয়? দেশজুৰি সৌৱা জ্বলিলে অগনি শিখা ডেকা অসমীয়া টোপনি নেৰিলি কিনু ভাগ্য লিখা। তই সমুখত হ কিয় … হুঙ্কাৰত তোৰ জড় … Read more