Bijuli Batire Saki Joluwa Lyrics By Jyoti Prasad Agarwala

Song: Bijuli Batire Saki Joluwa (বিজুলি বাঁতিৰে চাকি জ্বলোৱা ) Singer: Jyoti Prasad Agarwala Bijuli Batire Saki Joluwa Lyrics Bijuli Batire Saki Joluwa Lyrics:— বিজুলি বাঁতিৰে চাকি জ্বলোৱা    কোঠাত কৰিলি কি? পঢ়িলি, শুনিলি, জানিলি, বুজিলি আৰু নতুনৰ সৃষ্টি কৰিলি যি ? বিজ্ঞানৰ তই ফুল পাতেৰে সজালি ফুলৰ দানি নৱজীৱনৰ এই প্ৰকাশক আপুনি লৈছোঁ মানি বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলে … Read more

O Amar Gaon Lyrics By Jyoti Prasad Agarwala

Song: O Amar Gaon (অ’ আমাৰ গাঁও) Singer: Jyoti Prasad Agarwala O Amar Gaon Lyrics O Amar Gaon Lyrics:— অ’ আমাৰ গাঁও আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ ৷ অ’ আমাৰ গাঁও ৷ সেউজীয়া পথাৰৰে ভৰপূৰ তামোলৰে দূৰৈতে জিলিকি থকা অ’ আমাৰ গাঁও ৷৷ দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল’ৰা ডেকেৰীও নহয় পাছ পৰা অ’ … Read more

O Xuworoni Lyrics By Jyoti Prasad Agarwala

Song: O Xuworoni (অ’ সোৱৰণি) Singer: Jyoti Prasad Agarwala Drama: Karengor Ligiri  O Xuworoni Lyrics  O Xuworoni Lyrics:— অ’ সোৱৰণি সমিধান দিয়া, শাঁত কৰি প্ৰাণৰ অগনি ৷ নিৰ্ব্বাক অতীতৰ, গোপন কুঞ্জ এৰি, আহা মৌসনা সোঁৱৰণি ৷ উৰুৱাই মনৰ মাজলৈ সুৱৰ্ণৰে পাখি ৷ পাহৰণি-পদুমৰ মন্ত্ৰদূত, পাহি মেলি মেলি ৷

Akolxoriya Buli Kune Kole Lyrics By Jyoti Prasad Agarwala

Song: Akolxoriya Buli Kune Kole (অকলশৰীয়া বুলি কোনে ক’লে) Singer: Jyoti Prasad Agarwala Akolxoriya Buli Kune Kole Lyrics Akolxoriya Buli Kune Kole Lyrics:— অকলশৰীয়া বুলি কোনে ক’লে ? মিছাকৈয়ে মুকুতাৰ ধাৰে ব’লে চকুলো তোৰ পোহৰ বিচৰা প্ৰাণৰ ব’ৰাগী মোৰ ৷ তোৰ ভিতৰে বাহিৰে আছে তাকে আঁকোৱালি তোৰ চিৰসখা চিৰসুন্দৰ তোৰ, প্ৰাণে মনে ব্যাপি আছে তোৰ চিৰলগৰীয়া যুগ … Read more

Mur Dhuniya Xopun Lyrics By Jyoti Prasad Agarwala

Sing: Mur Dhuniya Xopun (মোৰ ধুনীয়া সপোন) Singer: Jyoti Prasad Agarwala Mur Dhuniya Xopun Lyrics Mur Dhuniya Xopun Lyrics:— অজেয়… মোৰ ধুনীয়া সপোন ফুৰে কাঁইটীয়া বনত ৰঙা তেজৰ মণি-মুকুতা অৰুণ ৰঙা বৰণৰ উজলি জ্বলে কাঁইটে ফুটা, জেঙে বিন্ধা পদুম চৰণত ৷ তাই এই দিঠকৰ মুখত সানে সোণ পোহৰৰ গুৰি আপচু এই বাস্তৱতেই ৰূপান্তৰৰ মন্ত্ৰ শুনাই, ন পোহৰৰ … Read more

Andhakar Puhor Bisora Lyrics By Jyoti Prasad Agarwala

Song: Andhakar Puhor Bisora (অন্ধকাৰ! পোহৰ বিচৰা) Singer: Jyoti Prasad Agarwala Andhakar Puhor Bisora Lyrics Andhakar Puhor Bisora Lyrics:— অন্ধকাৰ! পোহৰ বিচৰা কবিয়ে মই শিল্পীয়ে তোক কৰিছোঁ নমস্কাৰ জানো জানো অ’ অন্ধকাৰ        তয়ো মোৰে দৰে পোহৰ বিচাৰি কৰিছ হাহাকাৰ ৷ বাৰে বাৰে কৰিছোঁ নমস্কাৰ ৷ পোহৰ যেতিয়া সূৰুযৰ সতে সোণ দেশলৈ যায় তই বেজাৰত … Read more

Agnire Moi Khela Khelisu Lyrics By Jyoti Prasad Agarwala

Song: Agnire Moi Khela Khelisu (অগ্নিৰে মই খেলা খেলিছোঁ) Singer: Jyoti Prasad Agarwala Agnire Moi Khela Khelisu Lyrics Agnire Moi Khela Khelisu Lyrics:— অগ্নিৰে মই খেলা খেলিছোঁ মোৰ অগ্নিৰে ধেমালি মোৰ অগ্নিৰে ধেমালি কোনো যদি নাহে নালাগে আহিব, মোৰ অকলশৰীয়া জীৱন উঠিব দীপালী হৈ জ্বলি মোৰ অগ্নিৰে ধেমালি মোৰ তেজৰ এটি দীপেই আই তোক কৰিব সোণালী মোৰ … Read more

Aaideur Bulonit Lyrics By Jyoti Prasad Agarwala

Song: Aaideur Bulonit (আইদেউৰ বুলনিত) Singer: Jyoti Prasad Agarwala Aaideur Bulonit Lyrics Aaideur Bulonit Lyrics:—- আইদেউৰ বুলনিত পোহৰৰ ধেমালি ন চানেকিয়ে জিকেমিকায় ৷ জোনাকী বাটেদি চিত্ৰলেখীয়ে ন জীৱনৰে ফুলে ফুলায় ৷ আইদেউৰ যঁতৰত সুৰে গুণগুণালে আইদেউ মিচিকিয়াই সুৰতে কঁপিছে কিনো ন বতৰা জ্বলে মনে তৰা আইদেউৰ বুকু কঁপায় ৷

Aaukhi Nikha Lyrics By Jyoti Prasad Agarwala

Song: Aaukhi Nikha (আঁউসী নিশা) Singer: Jyoti Prasad Agarwala Aaukhi Nikha Lyrics Aaukhi Nikha Lyrics:— আঁউসী নিশা মোৰ গানে গৈ আন্ধাৰক চুমা খালে আন্ধাৰে মৰমত উচুপি কান্দিলে চকুপানী সিঁচি দুবৰি বনতে থলে ৷ পুৱাৰ পোহৰে আন্ধাৰৰ লোতকক নতুনৰ সাধু ক’লে বেজাৰে পোহৰে সবটা সাবটি পৃথিৱী ধুনীয়া হ’লে ৷

Aagbarit Fulile Lyrics By Jyoti Prasad Agarwala

Song: Aagbarit Fulile (আগবাৰীত ফুলিলে) Singer: Jyoti Prasad Agarwala Aagbarit Fulile Lyrics Aagbarit Fulile Lyrics:— আগবাৰীত ফুলিলে সোণে মোৰ চম্পা সেউতী মালতী সোণে মোৰ চম্পা গোন্ধৰ গুটিমালী ৰঙাকৈ ৰেৱতা আমোলে মোলে ঐ সোণে মোৰ চম্পা ৷ সোণৰে পখিলা ৰূপৰে পখিলা ফুলনি জিলিকি উৰে সোণে মোৰ চম্পা ৷ ক’ৰে বনৰীয়া ফুটুকা ধুনীয়া চৰায়ে বিনালে অময়া সুৰৰে সোণে মোৰ … Read more