Aji Arun Alok Lyrics By Jyoti Prasad Agarwala

Song: Aji Arun Alok (আজি অৰুন আলোক) Singer: Jyoti Prasad Agarwala Aji Arun Alok Lyrics Aji Arun Alok Lyrics:— আজি অৰুন আলোক পুৱতী আকাশে পৱনে জলে ভজন কিৰণাৱলী তিমিৰ বিনাশী কৰে আলোকৰ আৰতি ৷ যুগ যুগ ধৰি আন্ধাৰে আন্ধাৰে আলোক বিচাৰি ফুৰা যাত্ৰী মুক বধিৰ সম অন্ধ আতুৰ মৌ ক্লান্ত ভ্ৰান্ত শত ভাতৃ অন্তৰে অন্তৰে জ্ঞানৰ শলিতাৰে … Read more

Aji Ganor Xorai Patilu Lyrics By Jyoti Prasad Agarwala

Song: Aji Ganor Xorai Patilu (আজি, গানৰ শৰাই পাতিলোঁ) Singer: Jyoti Prasad Agarwala Aji Ganor Xorai Patilu Lyrics Aji Ganor Xorai Patilu Lyrics:— আজি, গানৰ শৰাই পাতিলোঁ,  প্ৰাণৰ শৰাই পাতিলোঁ ৷ বিশ্বথাপনাত মোৰ পূজালৈ মাতিলোঁ,  মোৰ পূজালৈ মাতিলোঁ, বিশ্বজনতা ৷ থাপনাত মই থাপিলোঁ শুদ্ধ সুন্দৰতাক ৷ আজি সোণৰ শৰাই পাতিলোঁ ৰূপৰ শৰাই পাতিলোঁ দুখৰ শৰাই চকুপানীৰ মুকুতাৰেই … Read more

Aji Jana Jibonor Xar Puwa Lyrics By Jyoti Prasad Agarwala

Song: Aji Jana Jibonor Xar Puwa (আজি জন-জীৱনৰ সাৰ পোৱা) Singer: Jyoti Prasad Agarwala Aji Jana Jibonor Xar Puwa Lyrics Aji Jana Jibonor Xar Puwa Lyrics:— আজি জন-জীৱনৰ সাৰ পোৱা আশাই প্ৰকাশ বিচাৰে মোৰ ভাষায় ভাষায় ৷ সেই আশা বিজুলী প্ৰবাহ মই লিখা শবদত বয়, সেইহে কবিতা মোৰ হ’ল অগ্নিময় ৷ সেই বিজুলিয়ে        জিলিকাই … Read more

Aji Janatar Thaponat Lyrics By Jyoti Prasad Agarwala

Song: Aji Janatar Thaponat (আজি জনতাৰ থাপনাত) Singer: Jyoti Prasad Agarwala Aji Janatar Thaponat Lyrics Aji Janatar Thaponat Lyrics:— আজি জনতাৰ থাপনাত জাগ চিৰসুন্দৰ তই নচা ছন্দৰে জনতাৰ অন্তৰ কঁপাই কঁপাই জগা বিশ্বৰ নৱতম তন্ত্ৰৰ উদ্ধোধনী মই গাওঁ গানে গানে আগমনী ৷ জানো জানো তই আহিবি জানো জানো তই হাঁহিবি জাগ্ৰত জনতাৰ চোতালে চোতালে তই নাচি ফুৰিবি … Read more

Aji Janatar Jagise Biswarup Lyrics By Jyoti Prasad Agarwala

Song: Aji Janatar Jagise Biswarup (আজি জনতাৰ জাগিছে বিশ্বৰূপ) Singer: Jyoti Prasad Agarwala  Aji Janatar Jagise Biswarup Lyrics Aji Janatar Jagise Biswarup Lyrics:— আজি জনতাৰ জাগিছে বিশ্বৰূপ আজি জাগিছে সুন্দৰৰেই পাৰমানবিক স্বৰূপ আজি জনতাৰ জাগিছে বিশ্বৰূপ আজি আপোন পাহৰা মহাশক্তিয়ে ধৰে অভিনৱ ৰূপ আপোন কুৰূপ পোহৰ বিৰূপ এৰি ধৰে জনতাই মহাসুন্দৰ ৰূপ ৷ পৃথিৱী আছিলে ৰৈ জনতা … Read more

Aji Janatar Duware Duware Lyrics By Jyoti Prasad Agarwala

Song: Aji Janatar Duware Duware (আজি জনতাৰ দুৱাৰে দুৱাৰে) Singer: Jyoti Prasad Agarwala Aji Janatar Duware Duware Lyrics Aji Janatar Duware Duware Lyrics:— আজি জনতাৰ দুৱাৰে দুৱাৰে  নতুন মন্ত্ৰ মাতি ফুৰে চিৰসুন্দৰ সেইহে জনতা জাগি আলোকমুখী হৈ গায় গায় মহাজীৱনৰ ৷ বহু বহু যুগৰ, চকুপানীয়ে প্ৰলয়ৰ ৰূপ ধৰি উত্ৰাৱল হৈ পখালিলে গৈ চিৰসুন্দৰৰ ভৰি ৷ সেইহে নামি … Read more

Aaji Jaga Mur Matri Lyrics By Jyoti Prasad Agarwala

Song: Aaji Jaga Mur Matri (আজি জাগা মোৰ মাতৃ ) Singer: Jyoti Prasad Agarwala Aaji Jaga Mur Matri Lyrics Aaji Jaga Mur Matri Lyrics:— আজি জাগা মোৰ মাতৃ  জাগা আজি জোনাকী বাটৰ যত  শকতিৰূপিনী অভিযাত্ৰী ৷ আন্ধাৰৰ সতে শেষ সংগ্ৰামৰ বাবে জাগা জননী জাতি… প্ৰালয়িকী ছন্দে… অভিনৱ জীৱনৰ সুৰ লয় তালে মানে আলোকময়ী গানে গন্ধে ৷ জাগা … Read more

Aji Jagroto Bharot Lyrics By Jyoti Prasad Agarwala

Song: Aji Jagroto Bharot (আজি জাগ্ৰত ভাৰত) Singer: Jyoti Prasad Agarwala Aji Jagroto Bharot Lyrics Aji Jagroto Bharot Lyrics:—- আজি জাগ্ৰত ভাৰত পোহৰৰ গানে গানে জানো জনতাৰ মহাপ্ৰাণ যুগ যুগ সঞ্চিত স্বাধীনতা হীনৰ জানো জ্বালাময়ী অভিযান আজি যত ত্যাগীৰ প্ৰদীপ্ত কপালৰ অৰুণাৱলীয়ে হাঁহি দলিতৰ ঘৰ পোহৰায় মহা পোহৰৰ বাটে মোহন গান্ধী গলে পৃথিৱীক বাট দেখুৱায় ৷ ৰামধেনু … Read more

Aji Duware Duware Lyrics By Jyoti Prasad Agarwala

Song: Aji Duware Duware (আজি দুৱাৰে দুৱাৰে) Singer: Jyoti Prasad Agarwala Aji Duware Duware Lyrics Aji Duware Duware Lyrics:– আজি দুৱাৰে দুৱাৰে কিহৰ বাতৰি ফুৰে আজি, কোনে কথা পাতে, পুৱতি নিশাৰে কোনে কথা পাতে সন্ধিয়াৰে ? আজি অসীমৰ, সুনীল গন্ধ  হাতত সাৰে ভৰিত সাৰে আহিছে গৈছে, বাৰে বাৰে মোৰ গানে যে তাক, চিনি নাপাই চিনি পাই মোৰ … Read more

Aaji Naba Xur Lyrics By Jyoti Prasad Agarwala

Song: Aaji Naba Xur (আজি নৱ সুৰ) Singer: Jyoti Prasad Agarwala Aaji Naba Xur Lyrics Aaji Naba Xur Lyrics:— আজি নৱ সুৰ লয় মান মাত্ৰা জাগ্ৰত জনতাৰ আলোক যাত্ৰা ৷ জনতাৰ ভোক জাগে জনতাৰ শোক জাগে বাসনা কামনা যত জাগে… জাগে……. জাগে বেলিৰ উদয় কোনে ৰুধিব পাৰে মানুহৰ প্ৰতাৰণাৰে ??? আশা জাগে ভাষা জাগে গান জাগে সুৰ … Read more