Tur Thaponat Mur Sakitu Lyrics By Jyoti Prasad Agarwala

Song: Tur Thaponat Mur Sakitu (তোৰ থাপনাত মোৰ চাকিটো) Singer: Jyoti Prasad Agarwala Tur Thaponat Mur Sakitu Lyrics Tur Thaponat Mur Sakitu Lyrics:– তোৰ থাপনাত মোৰ চাকিটো তোৰ থাপনাত মোৰ চাকিটো অকলে অকলে জ্বলে তোক বিচাৰি অকলে আন্ধাৰে প্ৰাণৰ জুৰিটি বলে ৷ অকলে জোনায়ে নিজম আকাশতে তোৰেই জোনাক চালে মই যে নহয় অকলশৰীয়া বেৰি আছে মোক তোৰে … Read more

Tur Thaponat Sokulu Lyrics By Jyoti Prasad Agarwala

Song: Tur Thaponat Sokulu (তোৰ থাপনাত চকুলো) Singer: Jyoti Prasad Agarwala Tur Thaponat Sokulu Lyrics Tur Thaponat Sokulu Lyrics:— তোৰ থাপনাত চকুলো এটুপি তোৰ থাপনাত চকুলো এটুপি থলোঁ তই আহিবি বুলি, বাটচায়ে ৰ’লোঁ ৷ চকুপানীটুপি, বিয়পি মিলি গ’ল ধূপৰ গোন্ধৰ সতেই উৰি সি ক’ৰবালে’ গ’ল সেই থাপনাত আছিল জ্বলি চাকি তাৰ পোহৰে কোঠাত দিছিল জিক্‌মিক্‌বোৰ আঁকি আছিল … Read more

Tur Sokur Monit Lyrics By Jyoti Prasad Agarwala

Song: Tur Sokur Monit (তোৰ চকুৰ মণিত) Singer: Jyoti Prasad Agarwala Tur Sokur Monit Lyrics Tur Sokur Monit Lyrics:– তোৰ চকুৰ মণিত মোৰ ছবিটো তোৰ চকুৰ মণিত মোৰ ছবিটো মই যে আঁকিছো সেইহে মই তোৰ ছবিটো গানৰে আঁকিছো ৷ তোৰ প্ৰাণৰ আখৰ মোৰ, মনৰ পুথিৰ বাখৰ তাৰেই মই মোৰ জীভনৰ সাধু লিখিছোঁ ৷ সেই, আখৰকেইটাও তোৰেই পৰাই … Read more

Tur Ganote Mur Lyrics By Jyoti Prasad Agarwala

Song: Tur Ganote Mur (তোৰ গানতে মোৰ) Singer: Jyoti Prasad Agarwala  Tur Ganote Mur Lyrics Tur Ganote Mur Lyrics:— তোৰ গানতে মোৰ সুৰৰে ঢৌ তোৰ গানতে মোৰ সুৰৰে ঢৌ মাণিকী মধুৰী মৌ        মাণিকী মধুৰী মৌ তোৰ গানতে মোৰ সুৰৰ ঢৌ ৷ ছন্দটি মোৰ জাগিলে নে নৌ তোৰ, বুকত তুলি হেন্দোলনি থউকিবাথৌ জাগিলে নে নৌ … Read more

Tur Gaan Guwarei Anondote Lyrics By Jyoti Prasad Agarwala

Song: Tur Gaan Guwarei Anondote (তোৰ গান গোৱাৰেই আনন্দতে) Singer: Jyoti Prasad Agarwala Tur Gaan Guwarei Anondote Lyrics  Tur Gaan Guwarei Anondote Lyrics:— তোৰ গান গোৱাৰেই আনন্দতে তোৰ গান গোৱাৰেই, আনন্দতে গাওঁ            তোৰ সুৰ ৰচনাৰ আনন্দতেই প্ৰাণৰ শান্তি পাওঁ নিমন্ত্ৰণত তোৰ… ঝঙ্কৃত ছন্দৰে মই অলঙ্কৃত হৈ তয়ে পতা সভালৈকে যাওঁ ৷ বাটে … Read more

Tuk Moi Dekha Nai Lyrics By Jyoti Prasad Agarwala

Song: Tuk Moi Dekha Nai (তোক মই দেখা নাই) Singer: Jyoti Prasad Agarwala  Tuk Moi Dekha Nai Lyrics Tuk Moi Dekha Nai Lyrics:— তোক মই দেখা নাই তোক মই দেখা নাই বিয়াকুল হৈ বিচাৰি ফুলিলে তোক জানো লগ পাই ? মোৰ চকুৰ মণিত তোৰ, ছবি জ্বলা নাই,                মনে তোৰ কথা … Read more

Tiranga Nisan Bijoyi Nisan Lyrics By Jyoti Prasad Agarwala

Song: Tiranga Nisan Bijoyi Nisan (তিৰঙ্গা নিচান বিজয়ী নিচান) Singer: Jyoti Prasad Agarwala Tiranga Nisan Bijoyi Nisan Lyrics Tiranga Nisan Bijoyi Nisan Lyrics:— তিৰঙ্গা নিচান বিজয়ী নিচান তিৰঙ্গা নিচান বিজয়ী নিচান সসাগৰা পৃথিৱীৰ ধ্ৰুবজ্যোতি তই আলোকিছ ভাৰত বিমান ৷ সমৰৰ শক্তি দলিতৰ মুক্তি ক্ষুধিতৰ ত্ৰাণ তিৰঙ্গা নিচান বিজয়ী নিচান কোটি কোটি কণ্ঠে হব তোৰ জয় গাণ কোটি … Read more

Dibrugarhore Diboru Noi Lyrics By Jyoti Prasad Agarwala

Song: Dibrugarhore Diboru Noi (ডিবৰুগড়ৰে ডিবৰু নৈ) Singer: Jyoti Prasad Agarwala Dibrugarhore Diboru Noi Lyrics Dibrugarhore Diboru Noi Lyrics:— ডিবৰুগড়ৰে ডিবৰু নৈ ডিবৰুগড়ৰে ডিবৰু নৈ কেনি বৈয়ে যাৱ লুইতলৈ নীল পৰ্ব্বতৰ অঁকা আবৰৰ বন মৰমৰ আনিছনে কিবা বতৰা ঐ ভৈয়ামলৈ ৷ তাৰ কত নিজৰাই তোক চুমা খাই অঁকা আবৰৰ সোণ মইনাই শিলনি ডবাৰ গোন্ধ বিৰিঙাই পঠালেনে কিবা … Read more

Gyanor Sokure Lyrics By Jyoti Prasad Agarwala

Song: Gyanor Sokure (জ্ঞানৰ চকুৰে) Singer: Jyoti Prasad Agarwala Gyanor Sokure Lyrics Gyanor Sokure Lyrics:— জ্ঞানৰ চকুৰে যেয়ে জ্ঞানৰ চকুৰে যেয়ে পৃথিৱী চাবি স্বৰ্গ বিচাৰি পাবি ৷ নজনাৰপৰা অহা তই কোন এই পৃথিৱীতে এই ফুলনিতে তই বন-ভাত খাবি ৷ মহা শিল্পীয়ে ৰচিলে পৃথিৱী ফুলনি …. তই যে মানুহ আহিলি শিল্পী পৃথিৱী ধুনীয়া কৰা আজি জান অন্তৰে অন্তৰে … Read more

Junuwali Nikhar Lyrics By Jyoti Prasad Agarwala

Song: Junuwali Nikhar (জোনোৱালী নিশাৰ) Singer: Jyoti Prasad Agarwala  Drama: Xun Pokhili Junuwali Nikhar Lyrics Junuwali Nikhar Lyrics:– জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায়! জিক্‌মিক্‌ জিক্‌মিক্‌ কাৰ সোণ পখিলাই নাচি নাচি আহি ৰুণকজুণুককৈ নূপুৰ বজায় ৷ পাখি কৰে ৰুণ্‌ ৰুণ্‌ গান গায় গুণ্‌ গুণ্‌ হাঁহি হাঁহি দেখুৱাই অঁকাবকা চকামকা ৰঙা সপোন ৷৷