Deuta Moi Aji Xopunot Lyrics By Jyoti Prasad Agarwala

Song: Deuta Moi Aji Xopunot (দেউতা মই আজি সপোনত) Singer: Jyoti Prasad Agarwala  Deuta Moi Aji Xopunot Lyrics Deuta Moi Aji Xopunot Lyrics:— দেউতা মই আজি সপোনত দেউতা মই আজি সপোনত দেখিলোঁ এটা গান তুমি যে লিখা সৰু গান তাতোকে’ অকণমান ৷ মোৰ দৰেই তাৰো গাতো কাপোৰ কানি নাই চোলা পিন্ধিলে সিও হেনো বৰ বেয়া পায় ৷ … Read more

Deuta Toi Ki Likhiso Gaan Lyrics By Jyoti Prasad Agarwala

Song: Deuta Toi Ki Likhiso Gaan (দেউতা তই কি লিখিছ গান) Singer: Jyoti Prasad Agarwala Deuta Toi Ki Likhiso Gaan Lyrics Deuta Toi Ki Likhiso Gaan Lyrics:— দেউতা তই কি লিখিছ গান দেউতা, তই কি লিখিছ গান মোলৈ এটা লিকিবি দেই কুৰ অকণমান এটা কুৰ পোৱালি গান ৷ দেউতা, মোৰ গানত, লিকিবি এটা সৰু ৰঙা চৰাই সোণৰ … Read more

Dukhiyar Sutaledi Lyrics By Jyoti Prasad Agarwala

Song: Dukhiyar Sutaledi (দুখীয়াৰ চোতালেদি) Singer: Jyoti Prasad Agarwala Dukhiyar Sutaledi Lyrics Dukhiyar Sutaledi Lyrics:— দুখীয়াৰ চোতালেদি দুখীয়াৰ চোতালেদি পোহৰৰ বীণ বাই ব’হাগী কোঁৱৰটি যায় হজুৱাৰ বনুৱাৰ দুসাজি নিমিলাৰ বুকুত ন সপোনৰ জুইয়ে জ্বলাই ৷ বীণৰে কান্দোনত ৰৈ ৰৈ উচুপে অজলাৰ নিচলাৰ শোক জোঁকাৰত শিয়ঁৰে যাউতী যুগৰে পেটৰে মনৰে ভোক ৷ মোক অতদিনে আভুৱাভাৰিলে মিছাৰ মায়াজালে তৰি … Read more

Tule Diya Xoraighat Lyrics By Jyoti Prasad Agarwala

Song: Tule Diya Xoraighat (তোলে’ দিয়া শৰাইখনত) Singer: Jyoti Prasad Agarwala Tule Diya Xoraighat Lyrics Tule Diya Xoraighat Lyrics:— তোলে’ দিয়া শৰাইখনত তোলে’ দিয়া শৰাইখনত দিলোঁ তামোল- পাণ ফুল দুটামান ছিঙি দিলোঁ আৰু দিলোঁ তাৰ লগতে মোৰ কেইটিমান গান ৷ তামোল- পাণৰ শৰাই নিলোঁ সজাই পৰাই তই আছিলি তাঁতৰ শালত মহুৰা যে ফুৰাই তই শৰাই ঢকা চালি … Read more

Tuleke Saye Ase Lyrics By Jyoti Prasad Agarwala

Song: Tuleke Saye Ase (তোলে’কে চায়ে আছে) Singer: Jyoti Prasad Agarwala Tuleke Saye Ase Lyrics Tuleke Saye Ase Lyrics:— তোলে’কে চায়ে আছে তোলে’কে চায়ে আছে অকণি, তোল’কে চায়ে আছে ৷ আজি শিকলি মুকলি ভাৰতী আয়ে চকুপানী মছি তোলে’ অকণি তোল’কে চায়ে আছে ৷ গাঁৱৰ গাঁৱলীয়াই অজলাই দুখীয়াই বাগিছাৰ বনুৱাই খনি কাৰেখানাৰ কতনো কাজুৱাই তোল’কে চায়ে আছে ৷ … Read more

Tur Xidinar Puwar Lyrics By Jyoti Prasad Agarwala

Song: Tur Xidinar Puwar (তোৰ সিদিনাৰ পুৱাৰ) Singer: Jyoti Prasad Agarwala Tur Xidinar Puwar Lyrics Tur Xidinar Puwar Lyrics:— তোৰ সিদিনাৰ পুৱাৰ গানে তোৰ সিদিনাৰ পুৱাৰ গানে কি নুবুজা গোপন কথা আনে দূৰণিৰ ভাষা মই যে নুবুজোঁ মাথোঁ, আকুলতা জাগে মনে প্ৰাণে ৷ এই পৃথিৱীৰ গন্ধ গানৰ বৰ্ণচয়ৰ ছন্দ সুৰৰ কত নিজৰা বয় মোৰ সপোনে তাৰ পাৰতো … Read more

Tur Xote Mur Pratham Lyrics By Jyoti Prasad Agarwala

Song: Tur Xote Mur Pratham (তোৰ সতে মোৰ প্ৰথম) Singer: Jyoti Prasad Agarwala Tur Xote Mur Pratham Lyrics Tur Xote Mur Pratham Lyrics:— তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা মোৰ যে হাতত নাছিল সোণৰ বীণা ৷ মোৰ ৰূপতেই তোক দেখি মোৰ ৰূপকেই চালো লেখি লেখি তয়ে ময়ে মাথো একা ছবি ৷ … Read more

Tur Monot Jodi Nopore Lyrics By Jyoti Prasad Agarwala

Song: Tur Monot Jodi Nopore (তোৰ মনত যদি নপৰে) Singer: Jyoti Prasad Agarwala Tur Monot Jodi Nopore Lyrics Tur Monot Jodi Nopore Lyrics:— তোৰ মনত যদি নপৰে তোৰ মনত যদি নপৰে মোৰ মৰমসনা কথা তোৰ প্ৰাণত যদি উচুপি নুঠে মোৰ কৰুণ গানৰ ব্যথা মোৰ মৰম সনা কথা ৷ তেনে মোৰ ফুলনিৰ ৰঙা গোলাপ কিয় চিঙিলি তোৰ কেণিত … Read more

Tur Bhabonar Ganor Lyrics By Jyoti Prasad Agarwala

Song: Tur Bhabonar Ganor (তোৰ ভাৱনাৰ গানৰ) Singer: Jyoti Prasad Agarwala Tur Bhabonar Ganor Lyrics Tur Bhabonar Ganor Lyrics:— তোৰ ভাৱনাৰ গানৰ কত তৰা তোৰ ভাৱনাৰ গানৰ কত তৰা মোৰ মন আকাশত ভৰা ৷ মোৰ মনীষা পৰ্ব্বতৰ তোৰ মৰমৰ উচ্ছল নিজৰা মোৰ প্ৰতিভাৰ        সোণ পথাৰত নামে কবিতাৰ ধান ফুলাই ধন ফুলাই কতনা চামে চামে … Read more

Tur Pujar Dhupor Lyrics By Jyoti Prasad Agarwala

Song: Tur Pujar Dhupor (তোৰ পূজাৰ ধূপৰ) Singer: Jyoti Prasad Agarwala  Tur Pujar Dhupor Lyrics Tur Pujar Dhupor Lyrics:— তোৰ পূজাৰ ধূপৰ গন্ধ লাগি তোৰ পূজাৰ ধূপৰ গন্ধ লাগি মোৰ কণ্ঠত যদি গান জাগে মোৰ বুজাৰ যদি ভুলটো ভাগি মোৰ প্ৰাণে তোৰ পৰশ মাগে মোৰ কল্পনা যদি নৱবিকাশৰ মুঞ্জৰণত উঠে জাগি বসন্ত বাগে মোৰ ভাল পোৱা … Read more