Eitu Prahar Xunnyo Prahar Lyrics By Nirmal Prabha Bordoloi

Song: Eitu Prahar Xunnyo Prahar (Nirmal Prabha Bordoloi) Singer: Nirmal Prabha Bordoloi Eitu Prahar Xunnyo Prahar Lyrics Eitu Prahar Xunnyo Prahar Lyrics:— এইটো প্ৰহৰ শূন্য প্ৰহৰ শীৰ্ণ শূন্য হাত সঙ্কট আজি প্ৰতি পদে পদে ধুঁৱলি কুঁৱলি বাট । কেৱল জ্বলিছে চকুত এতিয়া তীখা তীক্ষ্ণ জ্যোতি সেই পোহৰতে যাম আগবাঢ়ি ক্লান্ত নকৰি গতি দীৰ্ঘ পথৰ শেষত পামেই হেৰোৱা … Read more

Olop Hahi Olop Ashru Lyrics By Nirmal Prabha Bordoloi

Song: Olop Hahi Olop Ashru (অলপ হাঁহি অলপ অশ্ৰু) Singer: Nirmal Prabha Bordoloi Olop Hahi Olop Ashru Lyrics Olop Hahi Olop Ashru Lyrics:— অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ এয়ে পৃথিৱীৰ সেউজী দূৱৰি যাউতি যুগীয়া সাঁথৰ । এই মাটিতেই ৰচিম স্বৰ্গ অশ্ৰু দুহাতে মচি মাটিৰ মাটীয়া ৰহণ গুচাম প্ৰাণৰ পাপৰি সিঁচি শক্তিৰ সেতু বান্ধিম থাকিলে ভয়, … Read more

Aji Pranor Mela Patisu Lyrics By Nirmal Prabha Bordoloi

Song: Aji Pranor Mela Patisu (আজি প্ৰাণৰ মেলা পাতিছো) Singer: Nirmal Prabha Bordoloi Aji Pranor Mela Patisu Lyrics Aji Pranor Mela Patisu Lyrics:— আজি প্ৰাণৰ মেলা পাতিছো নতুন নাটক মেলিছো সুৰৰ বন্তি নাচৰ শিখা আকাশ ধিয়াই জ্বলিছো । আজি নতুন শপত আনিছো হৃদয়তে থাপিছো হাততে হাতে ধৰি যোৱাৰ সেন্দুৰীয়া আলি গঢ়াৰ অংগীকাৰ কৰিছো । আজি প্ৰাণৰ মেলা … Read more

Akou Notun Prabhat Hobo Lyrics By Nirmal Prabha Bordoloi

Song: Akou Notun Prabhat Hobo (আকৌ নতুন প্ৰভাত হ’ব) Singer: Nirmal Prabha Bordoloi Akou Notun Prabhat Hobo Lyrics  Akou Notun Prabhat Hobo Lyrics:– আকৌ নতুন প্ৰভাত হ’ব কালৰাতি এই নাথাকিব নিউ নিউ কৰা ফেঁচাৰ চিঞৰ শিয়ালৰ ৰাও আঁতৰিব আকৌ নতুন … আকৌ নতুন প্ৰভাত হ’ব কালৰাতি এই নাথাকিব অন্ধকাৰৰ ডাইনী ভূতৰ বক্ষ পোহৰে বিদাৰিব । আকৌ নতুন … Read more

Borkhar Ritu Bhal Pau Moi Lyrics By Nirmal Prabha Bordoloi

Song: Borkhar Ritu Bhal Pau Moi (বৰ্ষাৰ ঋতু ভাল পাওঁ মই) Singer: Nirmal Prabha Bordoloi Borkhar Ritu Bhal Pau Moi Lyrics Borkhar Ritu Bhal Pau Moi Lyrics:— বৰ্ষাৰ ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাত সেউজী ৰহণ সিয়ে সানে মাথো শুকান গছৰে পাত । ধুমুহাই দিয়ে অজান পুলক ভাল পাওঁ তাৰ গতি মৰহা পাতৰ ঠাই নাই বুলি … Read more

Mayamoi Rupali Junak Lyrics By Nirmal Prabha Bordoloi

Song: Mayamoi Rupali Junak (মায়াময় ৰূপালী জোনাক) Singer: Nirmal Prabha Bordoloi  Mayamoi Rupali Junak Lyrics Mayamoi Rupali Junak Lyrics:— মায়াময় ৰূপালী জোনাক ছাঁয়াঘন সৰলৰে পাত জিৰ্ জিৰ্ জিৰ্ জুৰিৰে পাৰত পামনে মই পামনে তোমাক । কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰ্ষা শৰততে যাত্ৰা বিচৰাৰে তোমাকেই বিচৰাৰে হাঁয় মায়াময় ৰূপালী জোনাক … তুমি অজানা … Read more

Abhijatri Duroir Jatri Lyrics By Nirmal Prabha Bordoloi

Song: Abhijatri Duroir Jatri (অভিযাত্ৰী দূৰৈৰ যাত্ৰী) Singer: Nirmal Prabha Bordoloi Abhijatri Duroir Jatri Lyrics Abhijatri Duroir Jatri Lyrics:– অভিযাত্ৰী দূৰৈৰ যাত্ৰী আমাৰ লক্ষ্য পোহৰ এন্ধাৰ ফালি আগবাঢ়ি যাওঁ গীত গাওঁ সূৰুজৰ । প্ৰভাতী সূৰ্য আনিম আদৰি আমাৰ পথত ফুলিব পাপৰি ৰং পৰিল আকাশত অভিযাত্ৰী দূৰৈৰ যাত্ৰী । যিমান সুষমা আহে পৃথিৱীত সকলো আমাৰ হ’ব নতুন দিনৰ … Read more

Xaar Pam Moi Lyrics By Nirmal Prabha Bordoloi

Song: Xaar Pam Moi (সাৰ পাম মই) Singer: Nirmal Prabha Bordoloi  Xaar Pam Moi Lyrics Xaar Pam Moi Lyrics:— সাৰ পাম মই পুৱতি নিশাতে নিয়ৰ যেতিয়া সৰে বাটৰ শুকান ধূলিক সেমেকা যিটো প্ৰহৰে কৰে আই মোক জগাবি আই মোক জগাবি । মই চাব খোজো হেঙুলী বেলিয়ে আন্ধাৰ কেনেকৈ নাশে ফুলাৰ মন্ত্ৰ কেনেকৈ সিঁচে কুসুমৰ কাষে কাষে উদং … Read more

Xopunor Xore Mou Lyrics By Nirmal Prabha Bordoloi

Song: Xopunor Xore Mou (সপোনৰ সৰে মৌ) Singer: Nirmal Prabha Bordoloi Xopunor Xore Mou Lyrics Xopunor Xore Mou Lyrics:— সপোনৰ সৰে মৌ জিৰ্ জিৰ্ কৈ উন্মাদ মোৰ মন বিহগী বিহগী মায়া হৈ । মন যায় হওঁ আজি পলাশৰ ফুল ৰ’দ ছায়াৰ দোলনাতে দি থাকিম দোল অ’ এটি হাঁহি হৈ বিৰিণাৰ আঁৰতে বনগীত এটি হওঁ গাঁৱৰে পেপাঁৰে যেন … Read more

Mur Naam Aniruddho Lyrics By Nirmal Prabha Bordoloi

Song: Mur Naam Aniruddho (মোৰ নাম অনিৰুদ্ধ) Singer: Nirmal Prabha Bordoloi Mur Naam Aniruddho Lyrics Mur Naam Aniruddho Lyrics:— মোৰ নাম অনিৰুদ্ধ এক অপৰূপ সৌন্দৰ্য স্বপ্নই মোক কৰিছে মুগ্ধ । এক ৰমনীয় উৰাৰ পোহৰে উন্মনা মোক কৰে সীমাৰ পৰিধি সমাজৰ বিধি ভাঙি চিঙি গতি লৰে দুৰ্গম এই পথৰ শেষতে আকাশ স্বৰ্ণদীপ্ত । প্ৰতি জনতাৰ প্ৰাণৰো প্ৰাণত ময়েই … Read more