Olop Hahi Olop Ashru Lyrics By Nirmal Prabha Bordoloi

Song: Olop Hahi Olop Ashru (অলপ হাঁহি অলপ অশ্ৰু)

Singer: Nirmal Prabha Bordoloi

Olop Hahi Olop Ashru Lyrics
Olop Hahi Olop Ashru Lyrics

Olop Hahi Olop Ashru Lyrics:—

অলপ হাঁহি অলপ অশ্ৰু
অলপ নুবুজা ডাৱৰ
এয়ে পৃথিৱীৰ সেউজী দূৱৰি
যাউতি যুগীয়া সাঁথৰ ।

এই মাটিতেই ৰচিম স্বৰ্গ
অশ্ৰু দুহাতে মচি
মাটিৰ মাটীয়া ৰহণ গুচাম
প্ৰাণৰ পাপৰি সিঁচি
শক্তিৰ সেতু বান্ধিম থাকিলে
ভয়, বেদনা, সাগৰ
অলপ হাঁহি …

জীয়াই থকাত আছে শিহৰণ
মৃত্যু মানেই শেষ
পুনৰ জনম আছে বা নাই
নাজানো সিখন দেশ
মাথো পণ আছে ৰক্তবীজৰ
সংঘাতে নানে ভাগৰ
অলপ হাঁহি …

Leave a Comment