Xuni Ki Nuxuni O Lyrics By Anima Choudhury

Song: Xuni Ki Nuxuni O (শুনি কি নুশুনি অ) Singer: Anima Choudhury Xuni Ki Nuxuni O Lyrics Xuni Ki Nuxuni O Lyrics:— শুনি কি নুশুনি অ….চেনাইৰে পেঁপাৰে মাত পেঁপাৰ মাতে শুনি ৰব মই নোৱাৰোঁ তত নাই এতিয়া গাতে মোৰ চেনাই ঐ….ততে নাই এতিয়া গাত……. শুনি কি নুশুনি অ….চেনাইৰে পেঁপাৰে মাত…… তোৰে কথা ভাবি ভাবি মোৰ ৰাতি উজাগৰে … Read more

Eneke Nokoba Lyrics By Anima Choudhury

Song: Eneke Nokoba (এনেকে নকবা) Singer: Anima Choudhury  Eneke Nokoba Lyrics Eneke Nokoba Lyrics:— এনেকে নকবা যাওঁ দেই বুলি কথা দেখো বাকী আছে বহু কবলে )_২ ( পুৱতিৰ শেষ তৰা মাৰ যোৱা নাই সমীৰৰ শেষ সুৰ দুৰ হোৱা  নাই )_২ বহু ক্ষণ আৰু বাকী আছে পূৱালে এনেকে নকবা যাওঁ দেই বুলি কথা দেখো বাকী আছে বহু কবলে … Read more

Ki Kothati Kola Lyrics By Anima Choudhury

Song: Ki Kothati Kola (কি কথাটি ক’লা) Singer: Anima Choudhury  Ki Kothati Kola Lyrics Ki Kothati Kola Lyrics:— {কি কথাটি ক’লা মন হ’ল উতলা যি ছৱি হৈ ৰ’লা জোন নে পুৱাৰ তৰা}<———2 {তুমি প্ৰথম মৰমৰ নিবিড় সঁহাৰি হ’লা}<——–2 কি কথাটি ক’লা মন হ’ল উতলা যি ছৱি হৈ ৰ’লা জোন নে পুৱাৰ তৰা {গ’ল ল’ৰালি আঁতৰি হ’ল বুজাৰো … Read more

Ujaye Ahile Bhatire Lyrics By Anima Choudhury

Song: Ujaye Ahile Bhatire (উজায়ে আহিলে ভাটিৰে) Singer: Anima Choudhury Ujaye Ahile Bhatire Lyrics Ujaye Ahile Bhatire Lyrics:— উজায়ে আহিলে ভাটিৰে বনিকে,  পিৰিতিৰ বেহা লৈ !   নিকাকৈ বালিতে খালেহি বালিভাত,  ঘাটতে  বেহাখন থৈ,   অ  অ ঘাটতে বেহাখন থৈ! উকাকৈ আকাশত চিলনীয়ে বনাই, কেনিবাদি উৰি হ’ল ৷ তোমাৰে ভাৱনাত, ঐই  জান,  কলিজা শুকায়ে আমঠু হ’ল ৷ উজায়ে আহিছা … Read more

Moi Misiki Hahire Lyrics By Anima Choudhury

Song: Moi Misiki Hahire (মই মিচিকি হাঁহিৰে) Singer: Anima Choudhury Lyrics: Dr. Amar Jyoti Choudhury Music: Dr. Anjan Jyoti Choudhury Moi Misiki Hahire Lyrics Moi Misiki Hahire Lyrics:— (মই মিচিকি হাঁহিৰে বেদনা গচকি হাঁহিৰ মুকুতা যাচোঁ) ২ আৰু আৱেগ নামৰ নেদেখা সূতাৰে মৰম গামোচা ব’লোঁ মই মিচিকি হাঁহিৰে বেদনা গচকি হাঁহিৰ মুকুতা যাচোঁ আকাশৰ নীলাতে মই … Read more

Bohagor Borokhun Lyrics By Anima Choudhury

Song: Bohagor Borokhun (বহাগৰ বৰষুণ) Singer: Anima Choudhury Bohagor Borokhun Lyrics Bohagor Borokhun Lyrics:– (বহাগৰ বৰষুণ )← ২ ৰুণ ঝুন ঝুন ←৩ সুকোমল গীতৰ মূৰ্চ্ছনা সুকোমল গীতৰ মূৰ্চ্ছনা শাওনৰ বৰষুণ ! গুন গুন গুন←৩ সকৰুণ ছন্দৰ অন্তৰা সকৰুণ ছন্দৰ অন্তৰা হ’লো আমি অস্থায়ী গীতৰ প্ৰথমা..! বৰষুণ…! ৰুণ ঝুন ঝুন ←৩ (প্ৰথম পৰিচয় নয়নে নয়ন চঞ্চল চাৱনিত লাজৰ … Read more

Dusokut Kajol Bulai Loi Lyrics By Anima Choudhury

Song: Dusokut Kajol Bulai Loi (দুচকুত কাজল বোলাই লৈ) Singer: Anima Choudhury Dusokut Kajol Bulai Loi Lyrics Dusokut Kajol Bulai Loi Lyrics:— দুচকুত কাজল বোলাই লৈ কবৰীত কৰবী সজাই লৈ দুহাতত জেতুকা লৈ পদূলি মূৰত ৰৈ (বাট চাই আছোঁ তোমালৈ)…..২ লাজৰ ওৰণি টানি লৈ মিছা অভিমান দেখাম মই তুমি অভিমান কৰিবা মিছা অভিমান কৰিবা (অভিমান ভাঙিম মই)…..২ … Read more

Xur Nogorir Xuror Kumare Lyrics By Bhupen Hazarika

Song: Xur Nogorir Xuror Kumare (সুৰ নগৰীৰ সুৰৰ কুমাৰে) Singer: Bhupen Hazarika Xur Nogorir Xuror Kumare Lyrics Xur Nogorir Xuror Kumare Lyrics:— সুৰ নগৰীৰ সুৰৰ কুমাৰে সপোন সনা ৰামধেনুৰ ৰহণ হেৰুৱাই মিঠা মৰমৰ মিনতি শুনি চিতালৈ আগুৱায়, ৰহণ হেৰুৱায় । সৰা শেৱালিৰ শুকুলা বাটত সুৰ ৰূপ এটি হয় । সুৰৰে কোমল পৰশে ৰূপৰ আনে পৰাজয় । এদিন … Read more

Xuworoni Mur Lyrics By Bhupen Hazarika

Song: Xuworoni Mur (সোঁৱৰণী মোৰ) Singer: Bhupen Hazarika Xuworoni Mur Lyrics Xuworoni Mur Lyrics:— সোঁৱৰণী মোৰ ৰাঙলী জীৱন সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰ ৰংবোৰ কেনিবা গʼল। পাহৰণি এন্ধাৰত ধুনীয়া অতীতৰ জীৱন্ত সমাধি হʼল । মনৰে আঁতবোৰ কেনি হেৰুৱালোঁ ভাষাৰে পখিলী কেনি উৰুৱালোঁ বহু দূৰ আঁতৰি গʼল উভতি নোচোৱা হʼল । হাতীপটি ভাগি পৰিল আকাশত অগনি জ্বলিল সূৰুযৰ চকুলো … Read more

Mrittyu Xaboti Xomadhi Tolit Lyrics By Bhupen Hazarika

Song: Mrittyu Xaboti Xomadhi Tolit (মৃত্যু সাৱটি সমাধি তলিত) Singer: Bhupen Hazarika  Mrittyu Xaboti Xomadhi Tolit Lyrics  Mrittyu Xaboti Xomadhi Tolit Lyrics:— মৃত্যু সাৱটি সমাধি তলিত অকলে আছোঁহি শুই এতিয়া পুনৰ আহিছা কিয় জ্বলাব কলিজাৰ জুই । মৰণ পৰতো আছিলোঁ দেখোন তোমাৰ বাটকে চাই তেতিয়া তুমি সময় নেপালা তোমাৰ আহৰি নাই । মোৰ মৃতদেহ বগা কাপোৰেৰে কোনোবাই … Read more