Koto Saki Lyrics By Jyoti Prasad Agarwala

Song: Koto Saki (কত চাকি) Singer: Jyoti Prasad Agarwala Koto Saki Lyrics Koto Saki Lyrics:– শত যুগৰ কত চাকি জ্বলাই আহিলি আপোনাৰ আনন্দতে নিজে হাঁহিলি নিজৰে তই চকুপানী নিজে মচিলি । শিল্পী মোৰ মনৰে তই শিল্পী মোৰ প্ৰাণৰে তই শিল্পী মোৰ গানৰে সুৰৰে ছবিৰে ৰূপৰে তই জুই জ্বলালি নিত্য নতুন ছবিৰে চিনাকি তোৰ যুগ যুগৰে ৰবিৰে । … Read more

Sorai Bonoriya Lyrics By Jyoti Prasad Agarwala

Song: Sorai Bonoriya (চৰাই বনৰীয়া) Singer: Jyoti Prasad Agarwala Sorai Bonoriya Lyrics Sorai Bonoriya Lyrics:— চৰাই বনৰীয়া মুকলিমূৰীয়া গাৱ বনৰীয়া গীত মনে উৰো উৰো কৰে তোৰ লগতে মোৰে উৰণীয়া চিত । ঊষা জিৰণীয়া পাই লগৰীয়া সন্ধিয়াৰ দেশলৈ যায় অকলেনোশৰীয়া কৰি মোক সখীয়া গ’লা মিলনৰে নিশাটি পাই ।।

Barixare Ghon Ghor Lyrics By Jyoti Prasad Agarwala

Song: Barixare Ghon Ghor (বাৰিষাৰে ঘন ঘোৰ) Singer: Jyoti Prasad Agarwala Barixare Ghon Ghor Barixare Ghon Ghor:— বাৰিষাৰে ঘন ঘোৰ বজালি প্ৰাণত মোৰ কিনো উদাসীন সুৰ? পৱন অ’ উৰুৱাই তাক নিবিনো কত দূৰ? শূইন জীৱন অ’ মোৰ উটি যাৱ কোন ফালে কোন আকুলতে পাবি কুল? আকাশ পৱন জোৰা একেখনি ছবি অ’ কৰি থ’বি মোৰ এই জীৱনকে বিয়াকুল … Read more

Mure Bharotore Lyrics By Jyoti Prasad Agarwala

Song: Mure Bharotore (মোৰে ভাৰতৰে) Singer: Jyoti Prasad Agarwala Mure Bharotore Lyrics Mure Bharotore Lyrics:— মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি । সেউজীয়া বনতে, সেউজীয়া মনতে বিকশি প্ৰকাশি উঠা নৱ জন জীৱনৰে অভিনৱ জ্যোতি । আজি শিল্পী মনৰ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি জয় অজেয় আলোকময় বিশ্বৰূপী অনন্ত বিজয়ী জন গণ মন মুকুতি প্ৰণতি প্ৰণতি ।।

Kun kun Ahiso Lyrics By Jyoti Prasad Agarwala

Song: Kun Kun Ahiso (কোন কোন আহিছ) Singer: Jyoti Prasad Agarwala Kun kun Ahiso Lyrics Kun kun Ahiso Lyrics: কোন কোন আহিছ আইক পূজিবলৈ আইৰ পূজাৰ বেলি হ’ল ! (সমনীয়া অ’) সাজু হ’বৰে হ’ল ডেকা ল’ৰা ! সাজু হ’বৰে হ’ল, সাজু হ’বৰে হ’ল অ’ সাজু হ’বৰে হ’ল । পৰ পদানত কিয় বাৰু তোৰ শিৰ অৱনত কিয় বাৰু? … Read more

Mure Jibonore Lyrics By Jyoti Prasad Agarwala

Song: Mure Jibonore (মোৰে জীৱনৰে) Singer: Jyoti Prasad Agarwala Mure Jibonore Lyrics Mure Jibonore Lyrics:– মোৰে জীৱনৰে সখা কৃষ্ণ বজাৱ কি সুৰে বেণু? কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু । পুঁৱতি নিয়ৰে সানে চৰণতে শুকুলা মুকুতা ৰেণু শ্যামল গাতে কোনে চন্দন পিন্ধালে ? অ’ তোৰ ফুল কুমলীয়া তনু বজাৱ সোণৰে বেণু কৃষ্ণ তই বজাৱ সোণৰে বেণু … Read more

Kun Kot Aso Lyrics By Jyoti Prasad Agarwala

Song: Kun Kot Aso (কোন ক’ত আছ) Singer: Jyoti Prasad Agarwala Kun Kot Aso Lyrics Kun Kot Aso Lyrics:— কোন ক’ত আছ আহ অ’ ডেকা ল’ৰা তই সমুখত হ’ থিয় মাতৃ পূজাৰ ভাগ ল’বলৈ দেৰি কৰ কিয় ? শুৱনি প্ৰকৃতি শুৱাই থকা অসম দেশৰে ছোৱালী অ’ তই পাছে পৰি পৰি থাক কিয় ? অসম দেশৰে ছোৱালী অ’ … Read more

Jai Rupmugdha Lyrics By Jyoti Prasad Agarwala

Song: Jai Rupmugdha (জয় ৰূপমুগ্ধ) Singer: Jyoti Prasad Agarwala Jai Rupmugdha Lyrics Jai Rupmugdha Lyrics:— জয় ৰূপমুগ্ধ জয় সুৰমুগ্ধ জয় জয় অৰূপজ ৰূপকুমাৰ ৰূপে ৰসে গন্ধে বৰ্ণে গানে সুৰ লয় তালে মানে লোৱা লোৱা প্ৰাণৰে পূজাৰ ষোড়শোপচাৰ জয় জয় অৰূপজ ৰূপকুমাৰ ।।

Jaga Abhinaba Sonde Lyrics By Jyoti Prasad Agarwala

Song: Jaga Abhinaba Sonde (জাগা অভিনৱ ছন্দে) Singer: Jyoti Prasad Agarwala Jaga Abhinaba Sonde Lyrics Jaga Abhinaba Sonde Lyrics:– জাগা অভিনৱ ছন্দে কণ্ঠে কণ্ঠে মৌন মুগ্ধ যত শব্দ কমল দল অৰ্ব্বুদবৃন্দে জাগা অমৃত সুৰ বাণী পৰমানন্দে ।।

O Amar Gaon Lyrics By Jyoti Prasad Agarwala

Song: O Amar Gaon (অ’ আমাৰ গাওঁ) Singer: Jyoti Prasad Agarwala O Amar Gaon Lyrics O Amar Gaon Lyrics:– অ’ আমাৰ গাওঁ আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি, মৰিবলৈ যাওঁ । ভৰপূৰ তামোলৰে সেউজীয়া পথাৰেৰে দূৰতে জিলিকি থকা অ’ আমাৰ গাওঁ । দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল’ৰা ডেকেৰী নহয় পাছ পৰা অ’ আমাৰ … Read more