Bonoriya Ami Lyrics Jyoti Prasad Agarwala

Song: Bonoriya Ami (বনৰীয়া আমি) Singer: Jyoti Prasad Agarwala Bonoriya Ami Lyrics Bonoriya Ami Lyrics:— বনৰীয়া আমি বনৰ চৰাই বনে বনে ফুৰোঁ অনাই বনাই অনাই বনাই আমি, অনাই বনাই আমি অনাই বনাই অ’ অনাই বনাই । উ-উ-উ-উ-উ-উ, উ-উ-উ । ভৈয়ামৰে মইনা তই পোহনীয়া পখী বনৰীয়া মইনাৰে পতালিহি সখী ঘৰৰ কথা আমি বনত পাতি বনৰ কথা আমি ঘৰত … Read more

Biswa Bijoyi Nabajuwan Lyrics By Jyoti Prasad Agarwala

Song: Biswa Bijoyi Nabajuwan (বিশ্ববিজয়ী নৱজোৱান) Singer: Jyoti Prasad Agarwala Biswa Bijoyi Nabajuwan Lyrics Biswa Bijoyi Nabajuwan Lyrics:— বিশ্ববিজয়ী নৱজোৱান, বিশ্ববিজয়ী নৱজোৱান ! শক্তিশালী ভাৰতৰ ওলাই আহা ওলাই আহা সন্তান তুমি বিপ্লৱৰ । সমুখ সমৰ সমুখতে মুক্তি যুঁজাৰু হুঁচিয়াৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতা খুলি দুৱাৰ । অগ্নিবৃষ্টি আহিব লাগিছে গৰজিছে বজ্ৰপাত শিলাবৃষ্টি ভূমিকম্প হ’ব সহস্ৰ উল্কাপাত … Read more

O Xokhi Ahibo Piya Lyrics By Jyoti Prasad Agarwala

Song: O Xokhi Ahibo Piya (অ’ সখি আহিব পিয়া) Singer: Jyoti Prasad Agarwala O Xokhi Ahibo Piya Lyrics O Xokhi Ahibo Piya Lyrics:— অ’ সখি আহিব পিয়া ৰূপহী জোনৰে কিৰণ জকেমকাই বিৰিখৰ পাততে আহিব পিয়া । সখীৰে চকুৰে নিয়ৰ জকে মকাই লাৱনী গালতে আহিব পিয়া । আমাৰে সখীয়ে ইনাই বিনাই বিৰহৰ বেদনাতে মিলন বাসনাতে আহিব পিয়া ।।

Janu Janu Janu Song Lyrics By Jyoti Prasad Agarwala

Song: Janu Janu Janu (জানো জানো জানো) Singer: Jyoti Prasad Agarwala Janu Janu Janu Song Lyrics Janu Janu Janu Song Lyrics:– জানো জানো জানো বিফলে নাযায় মোৰো গানো মোৰ য’ত অশ্ৰুজল তীৰ্থ জলেৰে মিলি উজলিব পৃথিৱীৰ কোষাই কোষাই জানো জানো জানো । মোৰ য’ত অভিনৱ গান বিকশিত কমলৰ গন্ধ সমান জানো জানো জগাব সি বিশ্বৰ প্ৰাণো । … Read more

Haju Ho Nabajuwan Lyrics By Jyoti Prasad Agarwala

Song: Haju Ho Nabajuwan (সাজু হ নৱজোৱান) Singer: Jyoti Prasad Agarwala Haju Ho Nabajuwan Lyrics Haju Ho Nabajuwan Lyrics:— সাজু হ’, সাজু হ’, নৱজোৱান সাজু হ’, সাজু হ’, নৱজোৱান তই কৰিব লাগিব অগ্নিস্নান । জীৱন যৌৱন কৰি প্ৰাণপণ ৰাঙলী কৰি দে ৰণাংগন জয় শংখ বজা পৃথিৱী কঁপাই অত্যাচাৰকো কৰি বৰণ । স্বাধীনতা ধন নতু মৰণ লোহাৰে শিলেৰে … Read more

Mur Aaji Xandhiyar Lyrics By Jyoti Prasad Agarwala

Song: Mur Aaji Xandhiyar (মোৰ আজি সন্ধিয়াৰ) Singer: Jyoti Prasad Agarwala Mur Aaji Xandhiyar Lyrics Mur Aaji Xandhiyar Lyrics:— মোৰ আজি সন্ধিয়াৰ গানৰ কথা প্ৰাণেৰে মনেৰে সুৰেৰে গঁথা গোপনৰ বাণী মৰমেৰে সানি গানতে মিলাই গালে উলিয়াব জানো তোৰ চকুৰ পানী? আকুল ই কণ্ঠৰ গানে ক’ব জানো তোৰ কাণে কাণে মোৰ হিয়া নিজানৰ নুফুটা ব্যাথা? মোৰ আজি সন্ধিয়াৰ … Read more

Jay Alokmoy Lyrics By Jyoti Prasad Rabha

Song: Jay Alokmoy (জয় আলোকময়) Singer: Jyoti Prasad Agarwala Jay Alokmoy Lyrics  Jay Alokmoy Lyrics:— জয় আলোকময় অনাদি-অনন্ত প্ৰসাৰী বিশ্বজীৱন জ্যোতি জয় জয় সুন্দৰ সত্য সনাতন চিৰ প্ৰশান্ত বিশ্বপতি কোটি বিশ্বব্যাপক হে’ মহামনাধীপ বিশ্বজীৱন জ্যোতি প্ৰণতি, প্ৰণতি, প্ৰণতি ।।

Avravedi Ur Lyrics By Jyoti Prasad Agarwala

Song: Avravedi Ur (অভ্ৰভেদী উৰ) Singer: Jyoti Prasad Agarwala Avravedi Ur Lyrics Avravedi Ur Lyrics:— উৰ উৰ উৰ উৰ অভ্ৰভেদী উৰ নীল আকাশত উৰ, তৰাৰ মাজত উৰ সবাৰে ওপৰে উৰ অ’ মোৰ তিনিবৰণীয়া ভাৰতৰে পতাকা । আলোকি বিমান উৰ অ’ মোৰ ভাৰতৰে বিজয় নিচান । সত্যৰ আলোকেৰে দিগন্ত উজলি অহিংস শান্তিৰ বাণী প্ৰচাৰি মহান সূৰুযৰ দৰে দীপ্তিমান … Read more

Aamare Xokhiya Lyrics By Jyoti Prasad Agarwala

Song: Aamare Xokhiya (আমাৰে সখিয়া) Singer: Jyoti Prasad Agarwala Aamare Xokhiya Lyrics Aamare Xokhiya Lyrics:– আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই সপোনত কোঁৱৰে আহুদি আনিলে মতলীয়া সখী খাই । দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই ফাগুনৰ বতাহে গাতে ছাটি মাৰে গাতে ছাটি মাৰি যায় । চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ গাতে উৱাদিহে নাই সখিয়াৰ … Read more

Hopun Paror Moi Lyrics By Jyoti Prasad Agarwala

Song: Hopun Paror Moi (সপোন পাৰৰ মই) Singer: Jyoti Prasad Agarwala Hopun Paror Moi Lyrics Hopun Paror Moi Lyrics:— সপোন পাৰৰ মই সপোন কুঁৱৰী অমিয়া মাধুৰী মই আনো বিচাৰি মই যে মায়াবিনী মই যে কুহকিনী হাঁহি কান্দোনৰ কথা দিওঁ সুঁৱৰি সুখ দুখ কত চাওঁ হাঁহো মৃদু মৃদু কৰি ।।