Biswa Bijoyi Nabajuwan Lyrics By Jyoti Prasad Agarwala

Song: Biswa Bijoyi Nabajuwan (বিশ্ববিজয়ী নৱজোৱান)

Singer: Jyoti Prasad Agarwala

Biswa Bijoyi Nabajuwan Lyrics
Biswa Bijoyi Nabajuwan Lyrics

Biswa Bijoyi Nabajuwan Lyrics:—

বিশ্ববিজয়ী নৱজোৱান, বিশ্ববিজয়ী নৱজোৱান !
শক্তিশালী ভাৰতৰ
ওলাই আহা ওলাই আহা
সন্তান তুমি বিপ্লৱৰ ।
সমুখ সমৰ সমুখতে
মুক্তি যুঁজাৰু হুঁচিয়াৰ
মৃত্যু বিজয় কৰিব লাগিব
স্বাধীনতা খুলি দুৱাৰ ।
অগ্নিবৃষ্টি আহিব লাগিছে
গৰজিছে বজ্ৰপাত
শিলাবৃষ্টি ভূমিকম্প
হ’ব সহস্ৰ উল্কাপাত ।।

Leave a Comment