Bonoriya Ami Lyrics Jyoti Prasad Agarwala

Song: Bonoriya Ami (বনৰীয়া আমি)

Singer: Jyoti Prasad Agarwala

Bonoriya Ami Lyrics
Bonoriya Ami Lyrics

Bonoriya Ami Lyrics:—

বনৰীয়া আমি বনৰ চৰাই
বনে বনে ফুৰোঁ অনাই বনাই
অনাই বনাই আমি, অনাই বনাই আমি
অনাই বনাই অ’ অনাই বনাই ।
উ-উ-উ-উ-উ-উ, উ-উ-উ ।
ভৈয়ামৰে মইনা তই পোহনীয়া পখী
বনৰীয়া মইনাৰে পতালিহি সখী
ঘৰৰ কথা আমি বনত পাতি
বনৰ কথা আমি ঘৰত পাতি
পৰ্ব্বতৰে বননিত ফুৰিম বগাই
অনাই বনাই অ’, অনাই বনাই ।।

Leave a Comment