Kaknu Xuwori Lyrics | Bhupen Hazarika

Song: Kaknu Xuwori (কাকনো সুঁৱৰি) Singer: Bhupen Hazarika Kaknu Xuwori Lyrics Kaknu Xuwori Lyrics:– কাকনো সুঁৱৰি কিনো বিচাৰি খাৱ তই হাবাথুৰি। ৰৈ ৰৈ হেৰʼ হুমুনিয়া কাঢ় বুকু উঠে গুমৰি গুমৰি।। কাৰ অভিশাপে কি অনুতাপে মন উঠে শোকেৰে ভৰি কাক নিচিনিলি কাক দলিয়ালি কোন কেনি যে গʼলগৈ আঁতৰি? কোন ধুমুহাই, কি উৰুৱাই কিবা তোৰ নিলে কাঢ়ি? নোপোৱাটো পালি, … Read more

Bhupen Mamar Gite Mate Lyrics | Bhupen Hazarika

Song: Bhupen Mamar Gite Mate Singer: Bhupen Hazarika Bhupen Mamar Gite Mate Lyrics Bhupen Mamar Gite Mate Lyrics:– অ হʼল অসমৰ প্ৰথম আখৰ অসমৰ অকণি অসমতে ঘৰ। আ-ই বোলে আহ্‌ আহ্‌ মটৰ গাড়ী তোৰ পেটত উঠি মই যাওঁ নলবাৰী হ্ৰস্ব-ইয়ে ভাল পায় ইলীহি মাছ বিলাহী টেঙা খাই ঘূৰি ঘূৰি নাচ। দীৰ্ঘ-ঈ-ৰ দেখোন টিকনি দীঘল ডাঙৰ নেদেখা ঈশ্বৰৰ … Read more

Porohi Puwate Lyrics | Bhupen Hazarika

Song: Porohi Puwate (পৰহি পুৱাতে) Singer: Bhupen Hazarika Porohi Puwate Lyrics  Porohi Puwate Lyrics:— পৰহি পুৱাতে টুলুঙা নাৱতে ৰংমন মাছলৈ গ’ল মাছকে মাৰিবলে’ নেলাগে যাবলে’ ধুমূহা আহিবৰ হ’ল । ক’ৰবাত কেনেবাকে’ ঘঁৰিয়ালে ধৰিব বৈ যাব তেজৰে ধল গধূলিৰে পৰতে বৰহমপুত্ৰৰ মাজতে ৰংমন নাইকিয়া হ’ল হিয়াখনি ভুকুৱাই আকাশলে’ চাই চাই ৰহদৈ বাউলী হ’ল অ’ ঢৌ যাঃ গুচি নিশাকে … Read more

Kakini Tamulor Lyrics | Bhupen Hazarika

Song: Kakini Tamulor (কাকিনী তামোলৰ) Singer: Bhupen Hazarika Kakini Tamulor Lyrics Kakini Tamulor Lyrics:— কাকিনী তামোলৰ শুৱনিকৈ পাণ, পদুলিমুখতে আছাঁ মাইজান, তুমি হাঁহি দিলাঁ, আমি হাঁহি দিলোঁ সেই হাঁহিৰ খলকনিত এজাক শৰালি হাঁহ উৰি গʼলগৈ।। তামোল সজোৱা, চেনেহ মিহলাই আজি কিনো খাওঁ, বুজা দেখোঁ নাই। তুমি খাবা এখন, আমি খাম এখন সেই মিঠা সোৱাদতে গুণা ফুলৰ ৰিহাখনি … Read more

Xarodi Rani Lyrics | Bhupen Hazarika

Song: Xarodi Rani (শাৰদী ৰাণী) Singer: Bhupen Hazarika Xarodi Rani Lyrics Xarodi Rani Lyrics:– শাৰদী ৰাণী তোমাৰ হেনো নাম তুমি মোৰ নিচেই আপোন সদ্যস্নাতা ৰূপহী মোৰ পুৱতী নিশাৰ সপোন শুভ্রনীলা ওৰণিখনি কুঁৱলী সূতাৰে বোৱা পাতল ৰিহাখনি থৰ লগা বিলখনি তোমাৰ শুৱনি দাপোণ কপাহ মেঘৰ অহা যোৱা সেউজী ঘাঁহৰ হিমানী সোণালী ৰ’দ,শৰালিৰে জাক তুমিয়েই আনিলা কিজানি শেৱালি কোমল … Read more

Pitri Griho Tyagi Lyrics | Bhupen Hazarika

Song: Pitri Griho Tyagi (পিতৃ গৃহ ত্যাগি) Singer: Bhupen Hazarika Pitri Griho Tyagi Lyrics Pitri Griho Tyagi Lyrics:— পিতৃ গৃহ ত্যাগি আই মোৰ পতি গৃহে যায় দুই পাৱ চলে যদি এক পিছুৱায়। মৃগ শিশুটিয়ে আই তোক এৰি নিদিয়ে পিতৃ আৰু সখীদ্বয়ে কোন সতে এৰে? ঐশ্বৰ্যৰ সাগৰ পাব নৃপতিৰ ঘৰে তথাপি কি সতে আজি মালিনী নৈ এৰে? ময়ুৰপংখী … Read more

Pakkhiraaj Ghora Lyrics | Bhupen Hazarika

Song: Pakkhiraaj Ghora (পক্ষীৰাজ ঘোঁৰা) Singer: Bhupen Hazarika Pakkhiraaj Ghora Lyrics Pakkhiraaj Ghora Lyrics:— পক্ষীৰাজ ঘোঁৰা খট খট খট খটকে দৌৰা মোৰ কপাল ফুটা পাখী দুখনো কটা উৰি ফুৰিবৰ না‍ই ম‍ন কাৰণ ধৰাতে জনগন পক্ষীৰাজ ঘোৰা খট খটকৈ দৌৰা অনিৰুদ্ধ নহওঁ ৰোমিঅʼ লক্ষীন্দৰ নহও মজনু কিম্বা জুলিয়াছ চীজৰ কুম্ভকৰ্ণৰে দৰে নিদ্ৰা যোৱা ৰাইজক জগাই তোলো দানৱৰ সমাজত … Read more

Kuxumbor Putra Lyrics | Bhupen Hazarika

Song: Kuxumbor Putra (কুসুম্বৰ পুত্ৰ) Singer: Bhupen Hazarika Kuxumbor Putra Lyrics Kuxumbor Putra Lyrics:— কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে ধৰিছিল নামৰে তান, নামৰে সুৰতে আনন্দত নাচিছিল পৱিত্ৰ বৰদোৱা থান, মোৰ গুৰু ঐ, পৱিত্ৰ বৰদোৱা থান। অশেষ যাতনা ভুঞ্জিলা, শ্ৰীশঙ্কৰ ধৰমৰ নামতে তুমি সকলো দুখলৈ পিঠি দিলা গুৰু ধন্য অসম ভূমি, মোৰ গুৰু ঐ, ধন্য অসম ভূমি। নামঘৰ সাজিলা, … Read more

Moi Jen Ajibon Uroniya Mou Lyrics | Bhupen Hazarika

Song: Moi Jen Ajibon Uroniya Mou (মই যেন আজীৱন উৰণীয়া মৌ) Singer: Bhupen Hazarika Moi Jen Ajibon Uroniya Mou Lyrics Moi Jen Ajibon Uroniya Mou Lyrics:— কথা: মই যেন আজীৱন উৰণীয়া মৌ জিৰাবৰ নাই তৰু-তৃণ গীত: মই যেন আজীৱন উৰণীয়া মৌ জিৰাবৰ নাই তৰু তৃণ জিৰণীয়া মৌ দেখি ভাবোঁ একোদিন মই কিয় ঠিকনাবিহীন। ঠিকনাবিহীন।। কত ৰস চুহিলোঁ … Read more

O Maloti Kotha Eti Lyrics | Bhupen Hazarika

Song: O Maloti Kotha Eti (অʼ মালতী কথা এটি) Singer: Bhupen Hazarika O Maloti Kotha Eti Lyrics O Maloti Kotha Eti Lyrics:– অʼ মালতী কথা এটি কওঁ শুনা কাণ পাতি — মোৰ হেনো বিয়া হʼব এইটো বʼহাগতে। মোৰ বুকুখনি ধৰেফৰায় নতুন উলাহতে।। সেই যে এবাৰ দেখিছিলোঁ সুঠাম ডেকাজন যোৱা মাঘত বিহুকে গাই হৰি নিছিল মন মোক নেপালে … Read more