Junaki Poruwa Lyrics | জোনাকী পৰুৱা | Bhupen Hazarika
Song: Junaki Poruwa (জোনাকী পৰুৱা) Singer: Bhupen Hazarika Junaki Poruwa Lyrics Junaki Poruwa Lyrics:— জোনাকী পৰুৱাৰ পোহৰ পোহৰে; প্ৰতিভা বৰুৱাই অকলে আগুৱাই। এখুজি দুখুজি, লাজুকী গতিৰে হৰিণী লেখিয়া, থমকি কিয় ৰয়? সিফালৰ পৰা সৌ দিগন্ত ওলালে প্ৰতিভাই আৱেগত সাবটি ধৰিলে, লাজতে মৰহি যায়। প্ৰতিভা বৰুৱাই, আমালৈতো নাচায় বন্ধু বʼলাঁ যাঁ, আপোন ঘৰলৈ কি হʼব গীটাৰ বজাই। অʼ … Read more